ইলাইজা হুইট্‌নি ব্ৰাউন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
1 নং শাৰী:
{{Infobox person
| name = ইলাইজা হুইট্‌নি ব্ৰাউন
| (Elizaimage Whitney Brown)=
| image alt =
| alt caption =
| caption birth_name =
| birth_date = {{Birth date and age|1807|04|12}}
| birth_name =
| birth_date = {{Birth date and age|1807|04|12}}
| birth_place = চাৰ্লমণ্ট, মাচাচুচেট্‌ছ, [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| death_date = {{Death date and age|1861|05|4|1807|04|12}}
| death_place = জাৰ্চি চিটি, নিউ জাৰ্চি, [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]
| nationality =
| other_names = এলিজা ব্ৰাউন
| known_for =
| occupation =
}}
'''ইলাইজা হুইট্‌নি ব্ৰাউন''' ({{Lang-en|Eliza Whitney Brown}}; ১৯ শতিকা) অসমলৈ আহি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ লগতে অসমীয়া ভাষাৰ হকে কাম কৰা [[নাথান ব্ৰাউন]]ৰ পত্নী। অসমীয়া সাহিত্য জগতত তেওঁ এলিজা ব্ৰাউন নামেৰে পৰিচিতা৷পৰিচিতা। ১৮০৭ চনৰ ১২ এপ্ৰিলত [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ চাৰ্লমণ্টত তেওঁ জন্মলাভ কৰিছিল।<ref name="songs">{{cite web | url=https://archive.org/details/songsinnightserm00gray/page/8/mode/2up | title=Songs in the night : a sermon, preached at the funeral of Mrs. Eliza Whitney Brown | publisher=Thomas Holman | date=1871 | accessdate=7 September 2021 | pages=8-20}}</ref> তেওঁ শদিয়া, জয়পুৰ আৰু শিৱসাগৰত [[হেৰিয়েট বি.এল. কট্টাৰ]]-ৰ সৈতে লগলাগি কেইবাখনো অসমীয়া বিদ্যালয় খুলিছিল।
 
১৮৩৬ চনত ২৩ মাৰ্চত নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰৰ পৰিয়াল খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শদিয়াত উপস্থিত হৈছিল। ইলাইজা ব্ৰাউন আৰু মিছেছে কট্টৰে অসমীয়া বিদ্যালয় স্থাপন কৰিছিল যদিও খামটি আৰু চিংফৌসকলৰ বিদ্ৰোহৰ বাবে তেওঁলোক শদিয়া এৰি ভৈয়ামলৈ আহিবলগীয়া হ'ল৷ল।<ref name="লেখিকা">{{cite book | title=লেখিকাৰ জীৱনী- প্ৰথম খণ্ড | publisher=সদৌ অসম লেখিকা সমাৰোহ সমিতি | author=সম্পা: বৰঠাকুৰ, শীলা | year=১৯৮৭ | location=তেজপুৰ | pages=২৩-২৮}}</ref> মিছেছ ব্ৰাউন আৰু মিছেছ কট্টেৰে শিৱসাগৰলৈ আহি ছখন অসমীয়া বিদ্যালয় পাতে। শদিয়াৰ স্কুলতেই ইলাইজা ব্ৰাউনে নিধিৰাম কেওট নামৰ মাউৰা ল'ৰাটোক ছাত্ৰ হিচাপে পাইছিল। শিৱসাগৰত এই নিধিৰামক ব্ৰাউন পৰিয়ালে লিখা-পঢ়া আৰু ছপাৰ কাম শিকায়। নিধিৰামেই পাছলৈ [[নিধি লেভি ফাৰৱেল]] নাম লৈ অসমীয়া খ্ৰীষ্টান সাহিত্যলৈ বৰঙনিবৰঙণি আগবঢ়ায়।
 
[[অৰুণোদই]]ত ইলাইজা হুইট্‌নি ব্ৰাউনৰ লেখাবোৰ ই, হু, ব নামৰে প্ৰকাশ পাইছিল। ১৮৪০ চনত তেওঁ ছাত্ৰসকলৰ বাবে 'ভূগোলৰ বিৱৰণ' আৰু 'গণনৰ অঙ্ক' ৰচনা কৰে। তেওঁ বাংলাবঙালী আৰু ইংৰাজীৰ পৰা অসমীয়া ভাঙনি কৰা কাহিনীবোৰ ১৮৫০ চনত প্ৰকাশ কৰে আৰু এই শিশু সাহিত্যই প্ৰথম অসমীয়া 'সাধুৰ পুথি'।<ref name="লেখিকা"/> স্বামীৰ সৈতে যুটীয়া ভাৱে 'গণনৰ অঙ্ক' (২য় ভাগ) লিখিছিল। 'The Whole World Kin' নাম দি স্বামীৰ জীৱনী ৰচনা কৰে।<ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী</ref>
 
ড: ব্ৰাউন আৰু ইলাইজা ব্ৰাউনৰ তিনিটি পুত্ৰ আৰু দুটি কন্যা সন্তান আছিল। অসমলৈ অহাৰ আগতেই কলিকতাত দ্বিতীয় সন্তান ৱিলিয়াম বালাৰ্ডৰ, শদিয়াত থাকোঁতে ১৮৩৮ চনত প্ৰথম সন্তান ডৰথি ছ'ফিয়াৰ আৰু তাৰ পাছতে নাথান নামৰ পুত্ৰৰ মৃত্যু হৈছিল।<ref name="songs"/>