শক্তি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{unreferenced}}
পদাৰ্থবিজ্ঞানত '''শক্তি''' ([[ইংৰাজী ভাষা|ইংৰাজী]]: energyEnergy) হৈছে এনে এক বৈশিষ্ট্য (property) যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে। শক্তিৰ এছ আই একক (SI unit) হৈছে [[জুল]]। এক [[জুল]] মানে হৈছে কোনো এক পদাৰ্থক এক [[নিউটন]] বল প্ৰয়োগ কৰি এক মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় শক্তি।
সৰ্বসাধাৰণ কিছু শক্তিৰ উদাহৰণৰ ভিতৰত গতি কৰা অৱস্থাত [[গতিশক্তি]], ৰৈ থকা অৱস্থাত [[স্থিতি শক্তি]], কোনো পদাৰ্থ টানি দীঘল কৰা অৱস্থাত লাভ কৰা ইলাষ্টিক শক্তি, কোনো পদাৰ্থ জ্বলন্ত অৱস্থাত ৰাসায়নিক শক্তি, পোহৰে কঢ়িয়াই নিয়া নিৰ্গমন শক্তি (radiant energy)আৰু কোনো পদাৰ্থৰ উষ্ণতাৰ দ্বাৰা তাপীয় শক্তি অন্যতম।
 
"https://as.wikipedia.org/wiki/শক্তি"ৰ পৰা অনা হৈছে