৯ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
 
==জন্ম==
* ১৮২৮ - [[লিঅ' টলষ্টয়]], ৰুছ কথা-সাহিত্যিক।
* ১৮৫০ - [[ভৰতেন্দু হৰিশ্চন্দ্ৰ]], আধুনিক হিন্দী সাহিত্যৰ জনক।
* ১৯০৩ - [[অতুল চন্দ্ৰ হাজৰিকা]], অসমৰ এজন কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। সাহিত্যাচাৰ্য নামেৰে তেখেত পৰিচিত।
* ১৯৮৭ - [[তথাগত অৱতাৰ তুলসী]], ভাৰতীয় বিস্ময় বালক আৰু পদাৰ্থবিদ। তেওঁ ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে।
 
==মৃত্যু ==