৯ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
* ১৮৫০ - [[ভৰতেন্দু হৰিশ্চন্দ্ৰ]], আধুনিক হিন্দী সাহিত্যৰ জনক।
* ১৯০৩ - [[অতুল চন্দ্ৰ হাজৰিকা]], অসমৰ এজন কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। সাহিত্যাচাৰ্য নামেৰে তেখেত পৰিচিত।
* ১৯৭৪ - [[কেপ্তেইন বিক্ৰম বত্ৰা]], কাৰ্গিলৰ যুদ্ধৰ শ্বহীদ। তেওঁক মৰুণোত্তৰ ভাৱে পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল।
* ১৯৮৭ - [[তথাগত অৱতাৰ তুলসী]], ভাৰতীয় বিস্ময় বালক আৰু পদাৰ্থবিদ। তেওঁ ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে।
 
==মৃত্যু ==
* ১০৮৭ - [[উইলিয়াম দি কনকুৱেৰ]], ইংলেণ্ডৰ সম্ৰাট।
* ১৯৯৯ - [[মফজ্জ্বল হুছেইন]] বা যাদু সম্ৰাট এম. হুছেইন, অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ।
* ১৯৭৬ - [[মাও-ছে-তুঙ]], গণতান্ত্ৰিক চীনৰ প্ৰসিদ্ধ নেতা ৰ মৃত্যু হয় আজিৰ দিনটোতে।
* ১৯৯৯ - [[যোগেশ দাস]], অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।