৯ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
* ১৯৯৯ - [[মফজ্জ্বল হুছেইন]] বা যাদু সম্ৰাট এম. হুছেইন, অসমৰ এগৰাকী জনপ্ৰিয় মঞ্চ যাদুকৰ।
* ১৯৯৯ - [[যোগেশ দাস]], অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
* ২০০৩ - [[এডৱাৰ্ড টেলাৰ]], হাংগেৰিয়ান-আমেৰিকান পদাৰ্থ বিজ্ঞানী, হাইড্ৰজেন[[হাইড্ৰ'জেন বোমা]]ৰ পিতৃ পুৰুষ। (জঃ [[১৫ জানুৱাৰী]], ১৯০৮)
* ২০০৪ - [[মুনীন ভূঞা]], বিশিষ্ট নাট্যকাৰ।
* ২০১২ - [[ভাৰ্গিজ কুৰিয়েন]], এগৰাকী অভিযন্তা আৰু সামাজিক সংগঠক। এখেতক "ভাৰতৰ শ্বেত বিপ্লৱৰ জনক", আৰু "ভাৰতৰ দুগ্ধ মানৱ" হিচাপে জনা যায়। এখেতে সংগঠিত কৰিছিল পৃথিৱীৰ সৰ্ববৃহৎ কৃষি বিকাশ কাৰ্যসূচী "ভাৰতৰ দুগ্ধ বিপ্লৱ।"