১১ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|11|9|254}} এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
 
==ঘটনাৱলী==
#* ১৮৯৩ চনৰ আজি দিনটোতে- [[স্বামী বিবেকানন্দ]]ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
#* ১৯৭৮ চনত- [[ইৰাণ]]ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে।হৈছিল।
#* ২০০১ চনৰ আজিৰ দিনটোতে- সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত [[নিউয়ৰ্ক]]ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
 
==জন্ম ==
* ১৮৮৫ - [[ডি এইচ লৰেন্স]], ঔপন্যাসিক, কবি গল্পকাৰ, ইংলেণ্ডত জন্ম হৈছিল।
* ১৮৯৫ - আচাৰ্য [[বিনোৱা ভাৱে]], ভূ-দান আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা আৰু মানৱতাবাদী, [[মহাত্মা গান্ধী]]ৰ প্ৰধান শিষ্য, ভাৰতৰত্নভাৰতৰত্ন।
 
==মৃত্যু ==
* ১৯৩৩ - [[এনি বেছান্ত]], ইংৰাজ মিছনেৰী, বিশিষ্ট সমাজ সেৱিকা আৰু সংস্কাৰক।
* ১৯৪৮ - [[মহম্মদ আলী জিন্না]], [[পাকিস্তান]]ৰ জন্মদাতা।
 
==দিৱস==
==অনান্য==
# ১৮৯৩ চনৰ আজি দিনটোতে [[স্বামী বিবেকানন্দ]]ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
# ১৯৭৮ চনত [[ইৰাণ]]ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল আজিৰ দিনটোতে।
# ২০০১ চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত [[নিউয়ৰ্ক]]ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
 
== বাহ্যিক সংযোগ ==
Line 23 ⟶ 25:
[[শ্ৰেণী:ছেপ্টেম্বৰ]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
 
==তথ্য় সূত্ৰ==