অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{ infobox writer | name = অৰুণ শৰ্মা | image = অৰুণ শৰ্মা.jpg | imagesize = 200px | alt = | ...
 
No edit summary
38 নং শাৰী:
 
[[অসমীয়া]] নাট্য সাহিত্যলৈ নৱতম ধাৰাৰ সংযোজন ঘটোৱা [[অৰুণ শৰ্মা]]দেৱ একেধাৰে নাট্যকাৰ, ঔপন্যাসিক, প্ৰৱন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী হিচাপে জনাজাত ৷ [[শ্ৰী নিবাৰণ ভট্টাচাৰ্য]] নাটকৰ বাবে খ্যাত [[অৰুণ শৰ্মা]]দেৱ [[আশীৰ্বাদৰ ৰং]] শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ৷ তেওঁ পঞ্চাছখনৰো অধিক [[অনাতাঁৰ]] নাটক আৰু [[অনাতাঁৰ]] ৰূপক ৰচনা কৰিছে ৷
=== জন্ম ===
জন্ম- ১৯৩১ চন ৷ পিতৃ তিলক চন্দ্ৰ শৰ্মা, মাতৃ নৰ্মদা কুমাৰী দেৱী ৷
জন্মস্থান- [[ডিব্ৰুগড়]]ৰ [[সেন্দুৰী আলি]] ৷
=== জন্মস্থান ===
শিক্ষা- [[তেজপুৰ]] চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ (১৯৪৮), [[কটন কলেজ]]ৰ পৰা আই এ (১৯৫২), [[কটন কলেজ]]ৰ পৰা [[স্নাতক]] (১৯৫৪)৷
জন্মস্থান- [[ডিব্ৰুগড়]]ৰ [[সেন্দুৰী আলি]] ৷
=== শিক্ষা ===
শিক্ষা- [[তেজপুৰ]] চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ (১৯৪৮), [[কটন কলেজ]]ৰ পৰা আই এ (১৯৫২), [[কটন কলেজ]]ৰ পৰা [[স্নাতক]] (১৯৫৪)৷
বিবাহ- [[উজানবজাৰ]]ৰ চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ পাণিগ্ৰহণ (১৯৫৯)৷
=== কৰ্মজীৱন ===-
#[[আসাম ট্ৰিবিউন]] কাকতৰ আৰ্হি কাকত চাওঁতা, পিছলৈ সহকাৰী সম্পাদক ৷
#ৰঙাবাৰী হাইস্কুলত শিক্ষকতা ৷
Line 52 ⟶ 55:
#অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি (২০০২) ৷
 
=== নাট্য আৰু সাহিত্যিক জীৱন ===-
#পঢ়ি থকা কালছোৱাত উৰুখা পঁজা নাটকৰ অভিনয় ৷
#পাঁচমাহৰ বাবে প্ৰশিক্ষণৰ অৰ্থে লণ্ডনলৈ যাত্ৰা (১৯৬৯) ৷
Line 61 ⟶ 64:
#[[টেলিফিল্ম]] [[স্তব্ধ প্ৰহৰ]]ত মূল চৰিত্ৰত অভিনয় (২০০৪) ৷
#[[শংকৰদেৱ কলাক্ষেত্ৰ]]ৰ শব্দজ্যোতিৰ কলা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ (২০০৫) ৷
=== স্বীকৃতি আৰু বঁটা ===-
#[[শ্ৰী নিবাৰণ ভট্টাচাৰ্য]] শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭) ৷
#[[জাপান]]ত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত [[এছিয়া পেছিফিক এৱাৰ্ড]] (১৯৮০) ৷
Line 70 ⟶ 73:
#[[অসম উপত্যকা বঁটা]] (২০০৫) ৷
 
=== সাহিত্য কৃতী ===-
=== নাট্য সম্ভাৰ ===-
#[[শ্ৰী নিবাৰণ ভট্টাচাৰ্য]] (১৯৬১)
#[[জিণ্টি]] (১৯৬২)
#[[পৰশুৰাম]] (১৯৬২)
 
#[[উৰুখা পঁজা]] (১৯৬৪)
#[[আহাৰ]] (১৯৬৪)
Line 91 ⟶ 93:
#[[চক্ৰব্যুহ]] (২০০৩)
#[[চিত্ৰলেখা]] (গৰীয়সীত প্ৰকাশিত)(২০০৮)
=== উপন্যাস ===-
#[[আশীৰ্বাদৰ ৰং]]
#[[উভলা শিপা ]]
Line 97 ⟶ 99:
#[[যযাতি আৰু ৰঞ্জনা]]
#[[সংকল্প]]
=== অনুবাদ সাহিত্য ===-
#মালায়লম একাংকিকা নাট
#পাঞ্জাৱী একাংকিকা নাট
#বাংলা উপন্যাস [[ইচ্ছামতী]]ৰ অসমীয়া অনুবাদ
=== অন্যান্য ===-
#[[গৰীয়সী]] আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰৱন্ধ তথা কবিতা প্ৰকাশ ৷