অৰুণ শৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
| birth_name =
| birth_date = ১৯৩১ চন
| birth_place = [[সেন্দুৰী আলি]], [[ডিব্ৰুগড়]], [[অসম]], [[ভাৰত]]
| death_date =
| death_place =
14 নং শাৰী:
| occupation = সহিত্যিক, নাট্যকাৰ
| language = [[অসমীয়া]]
| nationality = ভাৰতীয় {{flagicon|IND}}
| ethnicity =
| citizenship = ভাৰতীয়
30 নং শাৰী:
| influences =
| influenced =
| awards = [[ সাহিত্য একাডেমীঅকাডেমী বঁটা]] (১৯৯৭)
| signature =
| signature_alt =
37 নং শাৰী:
 
 
[[অসমীয়া]] নাট্য সাহিত্যলৈ নৱতম ধাৰাৰ সংযোজন ঘটোৱা [['''অৰুণ শৰ্মা]]দেৱ''' একেধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰৱন্ধ লিখক, কবি তথা [[অনাতাঁৰ]] শিল্পী হিচাপে জনাজাতজনাজাত৷ ৷ [[শ্ৰী‘শ্ৰী নিবাৰণ ভট্টাচাৰ্য]]ভট্টাচাৰ্য’ নাটকৰ বাবে খ্যাত [[অৰুণ শৰ্মা]]দেৱ [[আশীৰ্বাদৰ ৰং]] শীৰ্ষক উপন্যাসৰ বাবে [[সাহিত্য একাডেমীঅকাডেমী বঁটা]] লাভ কৰিছিল ৷কৰিছিল৷ তেওঁ পঞ্চাছখনৰো অধিক [[অনাতাঁৰ]] নাটক আৰু [[অনাতাঁৰ]] ৰূপক ৰচনা কৰিছে ৷কৰিছে৷
 
=== জন্ম ===
==ব্যক্তিগত জীৱন==
- ১৯৩১ চন ৷ পিতৃ তিলক চন্দ্ৰ শৰ্মা, মাতৃ নৰ্মদা কুমাৰী দেৱী ৷
[[ডিব্ৰুগড়]] জিলাৰ [[সেন্দুৰী আলি]]ত ১৯৩১ চনত৷ পিতৃ তিলক চন্দ্ৰ শৰ্মা, মাতৃ নৰ্মদা কুমাৰী দেৱী৷ ১৯৪৮ চনত [[তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়]]ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ [[কটন কলেজ]]ৰ পৰা আই এ (১৯৫২) আৰু স্নাতক ডিগ্ৰী (১৯৫৪) লাভ কৰে৷<br />
=== জন্মস্থান ===
বিবাহ-তেওঁ ১৯৫৯ চনত [[উজানবজাৰ]]ৰ চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ পাণিগ্ৰহণ (১৯৫৯)৷কৰে৷
- [[ডিব্ৰুগড়]]ৰ [[সেন্দুৰী আলি]] ৷
=== কৰ্মজীৱন ===
=== শিক্ষা ===
#*‘[[আসাম ট্ৰিবিউন]] কাকতৰ আৰ্হি কাকত চাওঁতা, পিছলৈ সহকাৰী সম্পাদক
- [[তেজপুৰ]] চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ (১৯৪৮), [[কটন কলেজ]]ৰ পৰা আই এ (১৯৫২), [[কটন কলেজ]]ৰ পৰা [[স্নাতক]] (১৯৫৪)৷
#*ৰঙাবাৰী হাইস্কুলত শিক্ষকতা
বিবাহ- [[উজানবজাৰ]]ৰ চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ পাণিগ্ৰহণ (১৯৫৯)৷
#*‘[[আকাশবাণী]] [[গুৱাহাটী]] কেন্দ্ৰৰ প্ৰযোজক (১৯৬১)
=== কৰ্মজীৱন ===
#[[আকাশবাণী]]*‘আকাশবাণী [[ডিব্ৰুগড়]] কেন্দ্ৰৰ সঞ্চালক (১৯৮৫)
#[[আসাম ট্ৰিবিউন]] কাকতৰ আৰ্হি কাকত চাওঁতা, পিছলৈ সহকাৰী সম্পাদক ৷
#[[আকাশবাণী]]*‘আকাশবাণী উত্তৰ-পূৰ্বাঞ্চলৰপূৰ্বাঞ্চল’ৰ সঞ্চালক আৰু অৱসৰ গ্ৰহণ (১৯৮৯)
#ৰঙাবাৰী হাইস্কুলত শিক্ষকতা ৷
#*‘[[পূৰ্বাচল]]’ৰ সম্পাদক (১৯৯০)
#[[আকাশবাণী]] [[গুৱাহাটী]] কেন্দ্ৰৰ প্ৰযোজক (১৯৬১) ৷
#*অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া (১৯৯১)
#[[আকাশবাণী]] [[ডিব্ৰুগড়]] কেন্দ্ৰৰ সঞ্চালক (১৯৮৫) ৷
#*অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি (২০০২)
#[[আকাশবাণী]] উত্তৰ-পূৰ্বাঞ্চলৰ সঞ্চালক আৰু অৱসৰ গ্ৰহণ (১৯৮৯) ৷
#[[পূৰ্বাচল]]ৰ সম্পাদক (১৯৯০) ৷
#অসম চাহ কমিটীৰ জনসম্পৰ্কৰক্ষী বিষয়া (১৯৯১) ৷
#অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি (২০০২) ৷
 
== নাট্য আৰু সাহিত্যিক জীৱন ==
#*পঢ়ি থকা কালছোৱাত উৰুখা পঁজা নাটকৰ অভিনয়
#*পাঁচমাহৰ বাবে প্ৰশিক্ষণৰ অৰ্থে লণ্ডনলৈ যাত্ৰা (১৯৬৯)
#*[[সন্ধ্যাৰাগ]] চলচ্চিত্ৰৰ নাম ভূমিকাত অভিনয় (১৯৭৫)
#*আলেখ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে [[জাপান]] ভ্ৰমণ (১৯৭৯)
#*[[হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ]]ত গৱেষণা পাঠৰ বাবে [[লণ্ডন]] ভ্ৰমণ (১৯৯৯)
#*[[ৰাষ্ট্ৰসংঘ]]ৰ [[অনাতাঁৰ]] কেন্দ্ৰত এঘণ্টীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ
#*[[টেলিফিল্ম]] [[স্তব্ধ প্ৰহৰ]]ত মূল চৰিত্ৰত অভিনয় (২০০৪)
#*[[শংকৰদেৱ কলাক্ষেত্ৰ]]ৰ শব্দজ্যোতিৰ কলা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ (২০০৫)
 
== স্বীকৃতি আৰু বঁটা ==
#[[শ্ৰী*‘শ্ৰী নিবাৰণ ভট্টাচাৰ্য]]ভট্টাচাৰ্য’ শীৰ্ষক নাটকখন সাহিত্য সভাৰ দ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭)
#*[[জাপান]]ত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত [[এছিয়া পেছিফিক এৱাৰ্ড]] (১৯৮০)
#*[[প্ৰাঁ ফিউচাৰ বাৰ্লিন]] বঁটা (১৯৮২)
#[[সাহিত্য একাডেমী]]ৰ বঁটা *[[আশীৰ্বাদৰ ৰং]] শীৰ্ষক উপন্যাসৰ বাবে [[সাহিত্য অকাডেমী বঁটা]] (১৯৯৭)
#*[[অসম নাট্য সন্মিলন]] বঁটা (২০০১)
#*[[সংগীত নাটক একাডেমীঅকাডেমী]] (২০০৩)
#*[[অসম উপত্যকা সাহিত্য বঁটা]] (২০০৫)
 
=== সাহিত্য কৃতী ===
=== নাট্য সম্ভাৰ ===
#[[ শ্ৰী নিবাৰণ ভট্টাচাৰ্য]] (১৯৬১)
#[[ জিণ্টি]] (১৯৬২)
#[[ পৰশুৰাম]] (১৯৬২)
#[[ উৰুখা পঁজা]] (১৯৬৪)
#[[ আহাৰ]] (১৯৬৪)
#[[ পুৰুষ]] (১৯৬৪)
#[[ কুকুৰনেচীয়া মানুহ]] (১৯৬৫)
#[[ চিঞঁৰ]] (১৯৭২)
#[[ বুৰঞ্জী পাঠ]] (১৯৭৪)
#[[ পদ্মা-কুন্তী]] (১৯৭৬)
#[[ পোষ্টাৰ]] (১৯৮২)
#[[ বাঘজাল]] (১৯৮৪)
#[[ নেপোলিয়ন আৰু ডেৰিজী]] ৯১৯৮৫)
#[[ অন্য এক অধ্যায়]] (১৯৯৪)
#[[ অগ্নিগড়]] (১৯৯৬)
#[[ অদিতিৰ আত্মকথা]] (২০০০)
#[[ চক্ৰব্যুহ]] (২০০৩)
#[[ চিত্ৰলেখা]] (গৰীয়সীত প্ৰকাশিত)(২০০৮)
=== উপন্যাস ===
#[[ আশীৰ্বাদৰ ৰং]]
#[[ উভলা শিপা ]]
#[[ পৰশুৰাম]]
#[[ যযাতি আৰু ৰঞ্জনা]]
#[[সংকল্প]]
=== অনুবাদ সাহিত্য ===
#মালায়লম একাংকিকা নাট
#পাঞ্জাৱী একাংকিকা নাট
#বাংলা উপন্যাস [["ইচ্ছামতী]]'ৰ অসমীয়া অনুবাদ
=== অন্যান্য ===
#[[গৰীয়সী]] আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰৱন্ধ তথা কবিতা প্ৰকাশ
 
=== তথ্যসংগ্ৰহ- ===
*কথা বৰেণ্য ১০০- সম্পাদক- শোণিত বিজয় দাস, মুনীন বায়ন প্ৰথম প্ৰকাশ -২০০৬ চন, পৃষ্ঠা নং -১৮৯
*অৰুণ শৰ্মাৰ নাটক –ড০ পোনা মহন্ত , দৈনিক জনমভূমি ১২ মাৰ্চ ২০০৬