১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 নং শাৰী:
* ১৮৯৭ - [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
* ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
* ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
* ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।
* ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।