১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

12 নং শাৰী:
 
==জন্ম==
* ১৭৬৯ - [[আলেকজেণ্ডাৰ ভন হামবল্ট]] (Alexander von Humboldt), জাৰ্মান অভিযাত্ৰী, ভুগোল, পদাৰ্থ আৰু পৰিৱেশ বিজ্ঞানী আছিল। জৈৱ-ভূগোল (Biogeography), ভূ-চুম্বকীয় ধুমুহা (Geomagnetic storm) আৰু হামবল্ট সোঁতৰ (Humboldt Current) বাবে বিখ্য়াত। তেখেতৰ বিখ্য়াত গ্ৰন্থ হ'ল - ''ক'ছম'ছ'' (Kosmos)।
* ১৮৪৯ - [[আইভান পেট্ৰোভিচ]], ৰাছিয়াৰ জীৱ বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।