১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
==জন্ম==
* ১৭৬৯ - [[আলেকজেণ্ডাৰ ভন হামবল্ট]] (Alexander von Humboldt), জাৰ্মান অভিযাত্ৰী, সৰ্বগুণাকৰ (Polymath), ভুগোল, পদাৰ্থ আৰু পৰিৱেশ বিজ্ঞানী আছিল। [[জৈৱ-ভূগোল]] (Biogeography), [[ভূ-চুম্বকীয় ধুমুহা]] (Geomagnetic storm) আৰু [[হামবল্ট সোঁত]]ৰ (Humboldt Current) বাবে বিখ্য়াত। তেখেতৰ বিখ্য়াত গ্ৰন্থ হ'ল - ''[[ক'ছম'ছ]]'' (Kosmos)।
* ১৭৭৪ - [[লর্ড ৱিলিয়াম বেন্টিংক]], ভাৰতৰ গৱৰ্নৰ জেনেৰেল আছিল। (মৃঃ [[১৭ জুন]], ১৮৩৯)
* ১৮৪৯ - [[আইভান পেট্ৰোভিচ]], ৰাছিয়াৰ জীৱ বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
* ১৯২৩ - [[ৰাম জেঠমালিনী]], ৰাজনেতা, ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী।