"১৪ ছেপ্টেম্বৰ"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

8 বাইট যোগ দিয়া হ’ল ,  8 মাহ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
* ১৮৯৭ - [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
* ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
* ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
* ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।
* ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
* ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
* ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি! ]] কথাছবিখনে মুক্তি পাইছিল।
* ২০১২ - ‘[[এখন নেদেখা নদীৰ সিপাৰে]]’ নামৰ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী [[সঞ্জয় ঘোষ]]ক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল বিদ্যুত কটকী।
 
==জন্ম==
* ১৭৬৯ - [[আলেকজেণ্ডাৰ ভন হামবল্ট]] (Alexander von Humboldt), জাৰ্মান অভিযাত্ৰী, সৰ্বগুণাকৰ (Polymath), ভুগোল, পদাৰ্থ আৰু পৰিৱেশ বিজ্ঞানী আছিল। [[জৈৱ-ভূগোল]] (Biogeography), [[ভূ-চুম্বকীয় ধুমুহা]] (Geomagnetic storm) আৰু [[হামবল্ট সোঁত]]ৰ (Humboldt Current) বাবে বিখ্য়াত। তেখেতৰ বিখ্য়াত গ্ৰন্থ হ'ল - ''[[ক'ছম'ছ]]'' (Kosmos)।
* ১৭৭৪ - [[লর্ডলৰ্ড ৱিলিয়াম বেন্টিংকবেণ্টিংক]], ভাৰতৰ গৱৰ্নৰ জেনেৰেল আছিল। (মৃঃ [[১৭ জুন]], ১৮৩৯)
* ১৮৪৯ - [[আইভান পেট্ৰোভিচ]], ৰাছিয়াৰ জীৱ বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
* ১৯২৩ - [[ৰাম জেঠমালিনী]], ৰাজনেতা, ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী।
 
==মৃত্যু ==
* ১৩২১ - [[ডাণ্টে]] (সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি), ইটালীৰ প্ৰসিদ্ধ কবি।
* ১৮৫২ - [[আৰ্থাৰ ৱেলেছলী]] (Arthur Wellesley), ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল।
* ১৮৬৮ - [[বীৰজানন্দ দণ্ডীশা]], ভাৰতীয় সংস্কৃত শিক্ষক, মথুৰাৰ অন্ধ ঋষি হিচাপে জনাজাত আছিল।
* ১৯০১ - [[উইলিয়ামৱিলিয়াম মেককিনলি]], আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল।
* ১৯৭১ - [[তাৰাশংকৰ বন্দোপাধ্যায়]], জনপ্ৰিয় বাংলা লেখক আছিল।
* ১৯৮২ - [[গ্ৰেচ কেলী]], আমেৰিকান অভিনেত্ৰী আৰু [[মনাক']]ৰ ৰাজকুমাৰী।
* ২০০৪ - [[খবিৰ আহমেদ]], আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক।
 
==দিৱস==
2,548

টা সম্পাদনা