শেষনাগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
21 নং শাৰী:
==ৰূপবৰ্ণনা==
[[File:Sheshashayi - Laxminarayan by DHURANDHAR MV.jpg|alt=|thumb|250x250px|সহধৰ্মিণী [[লক্ষ্মী]]ৰ সৈতে শেষনাগৰ দেহত শায়িত অৱস্থাত বিষ্ণু। ]]
শেষনাগক সাধাৰণতে এক বিশাল ৰূপৰে দেখুওৱা হয় যি মহাকাশত বা ক্ষীৰ সাগৰত কুণ্ডলী পকাই ভাসমান অৱস্থাত থাকে। তেওঁ নুজনিজ দেহত শায়িত অৱস্থাত বিষ্ণুক ধাৰণ কৰে। কেতিয়াবা তেওঁক পাঁচ বা সাত বা দহটা শিৰযুক্ত সৰ্প হিচাপে দেখুওৱা হয়। কিন্তু সচৰাচৰ তেওঁ এক হাজাৰ, পাঁচ হাজাৰ বা আনকি দহ হাজাৰ শিৰৰ সৰ্প হিচাপে (কেতিয়াবা প্ৰতিটো শিৰতে মুকুট পৰিহিত ৰূপত) চিত্ৰায়িত কৰা হয়।
 
সংস্কৃত মূলৰ পৰা উদ্ভৱ হোৱা তেওঁৰ নামৰ অৰ্থ হৈছে "যি বাকী আছে"; কিয়নো যেতিয়া কল্পৰ শেষত পৃথিৱী ধ্বংস হয় শেষনাগ একেদৰেই অপৰিৱৰ্তিত ৰূপত বিৰাজ কৰে।
"https://as.wikipedia.org/wiki/শেষনাগ"ৰ পৰা অনা হৈছে