ৰেনে ডিকাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা ৰেনে দিকাৰ্টৰ পৰা ৰেনে ডিকাৰ্টলৈ Chiring chandanয়ে স্থানান্তৰ কৰিলে: দ>ড
No edit summary
1 নং শাৰী:
{{Wikify}}
ৰেনে ডেকাৰ্টে
'''ৰেনে ডেকাৰ্টেডিকাৰ্ট''' ( ইংৰাজী :{{lang- en|Rene Descartes }}, ৩১ মাৰ্চ , ১৫৯৬ - ১১ ফেব্ৰুৱাৰী ১৬৫০ ) মধ্য যুগৰ  এজন ফৰাচী দাৰ্শনিক , গণিতজ্ঞ আৰু বিজ্ঞানী ।বিজ্ঞানী। তেওঁক আধুনিক দৰ্শনৰ পিতৃ বুলি অভিহিত কৰা হয় ।হয়। তেখেতে ১৬২০ চনৰ নৱেম্বৰত প্ৰেগৰ পৰা কিছু দূৰত্ব সংগঠিত ' বেলট অব দ্য হোৱাইট মাউণ্টেইন ' নামেৰে প্ৰখ্যাত যুদ্ধত অংশ গ্ৰহণ কৰিছিল ।কৰিছিল। তাৰ পিছত তেওঁ সামৰিক বাহিনী ত্যাগ কৰে আৰু জ্ঞানৰ অন্বেষণত ব্ৰতী হৈ পৰে ।পৰে। তেখেতে সেই সময়ত বিশ্লেষনাত্মকবিশ্লেষণাত্মক জ্যামিতিৰ ভেটি নিৰ্মাণ কৰিছিল ।কৰিছিল। লেখ কাগজৰ ( X ) অক্ষ আৰু ওৱাই ( Y ) অক্ষৰ তেওঁই আৰম্ভ কৰিছিল ।কৰিছিল। তাৰ সহায়ত কোনো বিন্দুৰ স্থানাংক বা অৱস্থান উলিওৱাৰ এক পদ্ধতি তেওঁ আবিষ্কাৰ কৰিছিলকৰিছিল।
 
ৰেনে ডেকাৰ্টে ( ইংৰাজী :- Rene Descartes , ৩১ মাৰ্চ , ১৫৯৬ - ১১ ফেব্ৰুৱাৰী ১৬৫০ ) মধ্য যুগৰ  এজন ফৰাচী দাৰ্শনিক , গণিতজ্ঞ আৰু বিজ্ঞানী । তেওঁক আধুনিক দৰ্শনৰ পিতৃ বুলি অভিহিত কৰা হয় । তেখেতে ১৬২০ চনৰ নৱেম্বৰত প্ৰেগৰ পৰা কিছু দূৰত্ব সংগঠিত ' বেলট অব দ্য হোৱাইট মাউণ্টেইন ' নামেৰে প্ৰখ্যাত যুদ্ধত অংশ গ্ৰহণ কৰিছিল । তাৰ পিছত তেওঁ সামৰিক বাহিনী ত্যাগ কৰে আৰু জ্ঞানৰ অন্বেষণত ব্ৰতী হৈ পৰে । তেখেতে সেই সময়ত বিশ্লেষনাত্মক জ্যামিতিৰ ভেটি নিৰ্মাণ কৰিছিল । লেখ কাগজৰ ( X ) অক্ষ আৰু ওৱাই ( Y ) অক্ষৰ তেওঁই আৰম্ভ কৰিছিল । তাৰ সহায়ত কোনো বিন্দুৰ স্থানাংক বা অৱস্থান উলিওৱাৰ এক পদ্ধতি তেওঁ আবিষ্কাৰ কৰিছিল ।
 
ৰেনে ডেকাৰ্টে
Line 15 ⟶ 14:
জন্ম আৰু বংশ পৰিচয় :-
 
      ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সৰ ডেকাৰ্টে  ( আগৰ  লা হায়ে এন টুৰিন ) নামৰ ঠাইত ৰেনে ডেকাৰ্টে জন্ম হৈছিল ।হৈছিল। পিতৃ জোৱাচিম আৰু মাতৃ জীন ব্রকাডৰ ।ব্ৰকাডৰ। তেওঁ এবছৰ বয়সতে মাতৃ মৃত্যু হয় তাৰ পিছত অৰ্হতাকে তেওঁৰ দায়িত্ব বহন কৰে [ 1 ]
 
শিক্ষা :-
 
১৬২৯ চনত তেওঁ ফ্রানেকাৰফ্ৰানেকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে ।কৰে। তাৰ পাছৰ বছৰৰে তেওঁ সেই বিশ্ববিদ্যালয় এৰি লিভেন বিশ্ববিদ্যালয় পায়গৈ আৰু তাত জেকৰ গলিয়াছৰ অধীনত জ্যোতিবিজ্ঞান পঢ়িবলৈ লয় ।লয়। [ 2 ]
 
কৰ্মজীৱন :-
 
তেওঁ উট্রেখতউট্ৰেখত বিশ্ব বিদ্যালয়ত  প্ৰবক্তাৰ পদত যোগদান কৰে [ 3 ]
 
সাহিত্যৰাজি :-
Line 29 ⟶ 28:
     1. তেখেতে ' অন দ্যা  লৰ্ড ' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল
 
2. ১৬৩৭ চনত ডেকাৰ্টে ' অন দ্যা লৰ্ড নামৰ গ্ৰন্থখনৰে তিনিটা অংশ -  ' দ্য মেটিয়াৰ্ছ '  , ' জ্যামিতি  আৰু ডিছকৰ্ছ অন দ্য মেঠড ' পৃথকভাৱে প্ৰকাশ কৰেকৰে।
 
3. ছুইডেনৰ ৰাণী ক্ৰিষ্টিনা হেচাঁতেহেঁচাঁতে ডেকাৰ্টেই ' পেছনছ অব দ্য ছউল নামৰ গ্ৰন্থখন সম্পূৰ্ণ কৰিছিলকৰিছিল।
 
4. তেওঁ নিজাববীয়াকৈ প্ৰতিফলনৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল আৰু ডেকাৰ্টেৰ ' এছে অন অপৰ্তিকাছ  ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এই সম্পৰ্কত প্ৰথম প্ৰকাশিত গ্ৰন্থ ।গ্ৰন্থ। [ 4 ]
 
মৃত্যু :-
 
   ১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্ডেমোনিয়াত ভুগি মৃত্যু হয় ।হয়। [ 5 ]
 
তথ্যসূত্ৰ :-
 
1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৭
 
2. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা :অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৮
 
3.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৯
 
4.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা , প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৩০
 
5.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ , সম্পা : অভিজিত শৰ্মা বৰুৱা ,প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৩১