ৰেনে ডিকাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
প্ৰয়োজন ৰ কাৰণে
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
16 নং শাৰী:
      ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সৰ ডেকাৰ্টে  ( আগৰ  লা হায়ে এন টুৰিন ) নামৰ ঠাইত ৰেনে ডেকাৰ্টে জন্ম হৈছিল। পিতৃ জোৱাচিম আৰু মাতৃ জীন ব্ৰকাডৰ। তেওঁ এবছৰ বয়সতে মাতৃ মৃত্যু হয় তাৰ পিছত অৰ্হতাকে তেওঁৰ দায়িত্ব বহন কৰে [ 1 ]
 
'''শিক্ষা :-'''
 
১৬২৯ চনত তেওঁ ফ্ৰানেকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে। তাৰ পাছৰ বছৰৰে তেওঁ সেই বিশ্ববিদ্যালয় এৰি লিভেন বিশ্ববিদ্যালয় পায়গৈ আৰু তাত জেকৰ গলিয়াছৰ অধীনত জ্যোতিবিজ্ঞান পঢ়িবলৈ লয়। [ 2 ]
 
'''কৰ্মজীৱন :- '''
 
তেওঁ উট্ৰেখত বিশ্ব বিদ্যালয়ত  প্ৰবক্তাৰ পদত যোগদান কৰে [ 3 ]
 
'''সাহিত্যৰাজি :- '''
 
     1. তেখেতে ' অন দ্যা  লৰ্ড ' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল
34 নং শাৰী:
4. তেওঁ নিজাববীয়াকৈ প্ৰতিফলনৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল আৰু ডেকাৰ্টেৰ ' এছে অন অপৰ্তিকাছ  ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এই সম্পৰ্কত প্ৰথম প্ৰকাশিত গ্ৰন্থ। [ 4 ]
 
'''মৃত্যু''' :-
 
   ১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্ডেমোনিয়াত ভুগি মৃত্যু হয়। [ 5 ]
 
'''তথ্য্যসূত্ৰ :-'''
তথ্যসূত্ৰ :-
 
1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা : অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৭