মনোবিজ্ঞান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

223.238.113.89 (আলোচনা)-ই কৰা 291791 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{unreferenced}}
{{পোখালি}}
'''মনোবিজ্ঞান''' ({{lang-en|Psychology}}) হৈছে বিজ্ঞানৰ এনে এটা শাখা য'ত মনৰ গঠন, ক্ৰিয়া-কলাপ, আচাৰ-আচৰণৰ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে বৈজ্ঞানীক পদ্ধতিৰে অধ্যয়ন কৰা হয়। ইংৰাজী psychology শব্দটো গ্ৰীক ভাষাৰ psyche (আত্মা) আৰু logos (বিজ্ঞান বা অধ্যয়ন) শব্দ দুটাৰ পৰা আহিছে। সেয়ে psychologyক আত্মাৰ বিজ্ঞান বুলিও ক'ব পৰা যায়। জীৱনত বহু দাৰ্শনিক তত্বৰ আধাৰত এই আলোচনা কৰা হৈছে
 
== মনোবিজ্ঞানৰ ইতিহাস আৰু পাৰম্ভিক বিকাশ ==