ৰেনে ডিকাৰ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

প্ৰয়োজন ৰ কাৰণে
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
[[File:Frans Hals - Portret van René Descartes.jpg|thumb|upright|ৰেনে ডিকাৰ্ট]]
{{Wikify}}
'''ৰেনে ডিকাৰ্ট''' ({{lang-en|Rene Descartes}}, ৩১ মাৰ্চ, ১৫৯৬ - ১১ ফেব্ৰুৱাৰী ১৬৫০ ) মধ্য যুগৰ [[মধ্যযুগ]]ৰ এজন ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু বিজ্ঞানী। তেওঁক আধুনিক দৰ্শনৰ পিতৃ বুলি অভিহিত কৰা হয়। তেখেতে ১৬২০ চনৰ নৱেম্বৰত প্ৰেগৰ পৰা কিছু দূৰত্ব সংগঠিত 'বেলট অব দ্য হোৱাইট মাউণ্টেইন' নামেৰে প্ৰখ্যাত যুদ্ধত অংশ গ্ৰহণ কৰিছিল। তাৰ পিছতপাছত তেওঁ সামৰিক বাহিনী ত্যাগ কৰে আৰু জ্ঞানৰ অন্বেষণত ব্ৰতী হৈ পৰে। তেখেতে সেই সময়ত বিশ্লেষণাত্মক জ্যামিতিৰ ভেটি নিৰ্মাণ কৰিছিল। লেখ কাগজৰ ( X ) অক্ষ আৰু ওৱাইৱাই ( Y ) অক্ষৰ তেওঁই আৰম্ভ কৰিছিল। তাৰ সহায়ত কোনো বিন্দুৰ স্থানাংক বা অৱস্থান উলিওৱাৰ এক পদ্ধতি তেওঁ আবিষ্কাৰ কৰিছিল। তেওঁৰ দাৰ্শনিক মন্তব্য “[[মই ভাবোঁ, গতিকে মই আছোঁ]]”-ৰ বাবে তেওঁ জনাজাত।
 
==জন্ম আৰু বংশ পৰিচয় :- ==
ৰেনে ডেকাৰ্টে
      ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সৰ ডেকাৰ্টে ডিকাৰ্ট ( আগৰ নাম লা হায়ে এন টুৰিন ) নামৰ ঠাইত ৰেনে ডেকাৰ্টেডিকাৰ্টৰ জন্ম হৈছিল। পিতৃ জোৱাচিম আৰু মাতৃ জীন ব্ৰকাডৰ। তেওঁ এবছৰ বয়সতে মাতৃ মৃত্যু হয় তাৰ পিছতপাছত অৰ্হতাকে তেওঁৰ দায়িত্ব বহন কৰে [ 1 ]কৰে।
 
'''==শিক্ষা :-'''==
জন্ম      ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সত
১৬২৯ চনত তেওঁ ফ্ৰানেকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে। তাৰ পাছৰ বছৰৰে তেওঁ সেই বিশ্ববিদ্যালয় এৰি লিভেন বিশ্ববিদ্যালয় পায়গৈ আৰু তাত জেকৰ গলিয়াছৰ অধীনত জ্যোতিবিজ্ঞান পঢ়িবলৈ লয়। [ 2
 
'''==কৰ্মজীৱন :-'''==
মৃত্যু       ১৬৫০ চনৰ ১১  ফেব্ৰুৱাৰীত
তেওঁ উট্ৰেখত বিশ্ব বিদ্যালয়ত বিশ্ববিদ্যালয়ত প্ৰবক্তাৰ পদত যোগদান কৰে [ 3 কৰে।
 
'''==সাহিত্যৰাজি :-'''==
দাম্পত্যসংগী   হেলেনা নামৰ এগৰাকী মহিলা
তেখেতে 'অন দ্যা লৰ্ড' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। ১৬৩৭ চনত ডেকাৰ্টে 'অন দ্যা লৰ্ড' নামৰ গ্ৰন্থখনৰে তিনিটা অংশ: 'দ্য মেটিয়াৰ্ছ', 'জ্যামিতি আৰু ডিছকৰ্ছ অন দ্য মেঠড' পৃথকভাৱে প্ৰকাশ কৰে। ছুইডেনৰ ৰাণী ক্ৰিষ্টিনা হেঁচাঁতে ডেকাৰ্টেই 'পেছনছ অব দ্য ছউল' নামৰ গ্ৰন্থখন সম্পূৰ্ণ কৰিছিল। তেওঁ নিজাববীয়াকৈ প্ৰতিফলনৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল আৰু ডেকাৰ্টেৰ 'এছে অন অপৰ্তিকাছ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এই সম্পৰ্কত প্ৰথম প্ৰকাশিত গ্ৰন্থ।
 
'''==মৃত্যু''' :-==
সন্তান     ফ্ৰেনচাইন ডেকাৰ্টে
   ১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্ডেমোনিয়াত ভুগি মৃত্যু হয়। [ 5 ]
 
'''==তথ্য্যসূত্ৰ :-''' ==
জন্ম আৰু বংশ পৰিচয় :-
5.{{ৰেফলিষ্ট|<ref>বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা : অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ : মে' ২০১৭, পৃষ্ঠা: নং ২৭-৩১</ref>}}
 
[[শ্ৰেণী:ফ্ৰান্সৰ ব্যক্তি]]
      ১৫৯৬ চনৰ ৩১ মাৰ্চত ফ্ৰান্সৰ ডেকাৰ্টে  ( আগৰ  লা হায়ে এন টুৰিন ) নামৰ ঠাইত ৰেনে ডেকাৰ্টে জন্ম হৈছিল। পিতৃ জোৱাচিম আৰু মাতৃ জীন ব্ৰকাডৰ। তেওঁ এবছৰ বয়সতে মাতৃ মৃত্যু হয় তাৰ পিছত অৰ্হতাকে তেওঁৰ দায়িত্ব বহন কৰে [ 1 ]
[[শ্ৰেণী:মৃত ব্যক্তি]]
 
[[শ্ৰেণী:দাৰ্শনিক]]
'''শিক্ষা :-'''
[[শ্ৰেণী:গণিতজ্ঞ]]
 
[[শ্ৰেণী:বিজ্ঞানী]]
১৬২৯ চনত তেওঁ ফ্ৰানেকাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নামভৰ্তি কৰে। তাৰ পাছৰ বছৰৰে তেওঁ সেই বিশ্ববিদ্যালয় এৰি লিভেন বিশ্ববিদ্যালয় পায়গৈ আৰু তাত জেকৰ গলিয়াছৰ অধীনত জ্যোতিবিজ্ঞান পঢ়িবলৈ লয়। [ 2
 
'''কৰ্মজীৱন :-'''
 
তেওঁ উট্ৰেখত বিশ্ব বিদ্যালয়ত  প্ৰবক্তাৰ পদত যোগদান কৰে [ 3
 
'''সাহিত্যৰাজি :-'''
 
     1. তেখেতে ' অন দ্যা  লৰ্ড ' নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল
 
2. ১৬৩৭ চনত ডেকাৰ্টে ' অন দ্যা লৰ্ড নামৰ গ্ৰন্থখনৰে তিনিটা অংশ -  ' দ্য মেটিয়াৰ্ছ ' , ' জ্যামিতি  আৰু ডিছকৰ্ছ অন দ্য মেঠড ' পৃথকভাৱে প্ৰকাশ কৰে।
 
3. ছুইডেনৰ ৰাণী ক্ৰিষ্টিনা হেঁচাঁতে ডেকাৰ্টেই ' পেছনছ অব দ্য ছউল নামৰ গ্ৰন্থখন সম্পূৰ্ণ কৰিছিল।
 
4. তেওঁ নিজাববীয়াকৈ প্ৰতিফলনৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল আৰু ডেকাৰ্টেৰ ' এছে অন অপৰ্তিকাছ  ' নামৰ গ্ৰন্থখন ৰচনা কৰিছিল এই সম্পৰ্কত প্ৰথম প্ৰকাশিত গ্ৰন্থ। [ 4 ]
 
'''মৃত্যু''' :-
 
   ১৬৫০ চনৰ ১১ ফেব্ৰুৱাৰীত নিৰ্ডেমোনিয়াত ভুগি মৃত্যু হয়। [ 5 ]
 
'''তথ্য্যসূত্ৰ :-'''
 
1. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা : অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৭
 
2. বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা :অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৮
 
3.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা : অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ২৯
 
4.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা : অভিজিত শৰ্মা বৰুৱা, প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৩০
 
5.বিশ্বৰ কুৰিগৰাকী মহান গণিতজ্ঞ, সম্পা : অভিজিত শৰ্মা বৰুৱা,প্ৰথম প্ৰকাশ : মে ২০১৭ পৃষ্ঠা নং ৩১