পিটাৰ জন ৰেটক্লিফ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

36 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা

| name = পিটাৰ জন ৰেটক্লিফ
| image =Peter J. Ratcliffe at Centro Cultural de la Ciencia 01 (cropped).jpg
| caption =
| native_name =
| native_name_lang =
| birth_date = {{Birth date and age|1954|05|14|df=yes}}
| birth_place = মৰেকেম্বে, লেন্সশ্বাযাৰ,
[[যুক্তৰাজ্য]]
| death_date =
| death_place =
| residence =
| nationality =
| field = কোষ আৰু আণৱিক জীৱবিজ্ঞান
| work_institution = ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউট
অক্সফোৰ্ড বিশ্ববিদ্যালয়
| alma_mater = গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজ
| known_for = অক্সিজেনৰ অভাৱত কোষত ঘটা ৰাসায়নিক বিক্ৰিয়াৰ অধ্যয়ন
| prizes =বেলি প্ৰাইজ (২০১১)
ৱিলি প্ৰাইজ (২০১৪)
চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা (২০১৬)
মাছৰী প্ৰাইজ (২০১৮)
চিকিৎসা বিজ্ঞানৰ [[নোবেল বঁটা]] (২০১৯)

'''ছাৰ পিটাৰ জন ৰেটক্লিফ''' (জন্ম: ১৪ মে' ১৯৫৪<ref>{{Cite book|url=https://doi.org/10.1093/ww/9780199540884.013.43812|title=Ratcliffe, Sir Peter (John) {{!}} WHO'S WHO & WHO WAS WHO|last=|first=|publisher=|year=|isbn=|location=|pages=|language=en|doi=10.1093/ww/9780199540884.013.43812}}</ref>) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল। ২০১৬ চনত তেওঁ ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ ক্লিনিকেল গৱেষণা নিৰ্দেশক হিচাপে নিযুক্ত হয়।<ref>{{Cite news|url=https://www.crick.ac.uk/research/a-z-researchers/researchers-p-s/peter-ratcliffe/|title=Peter Ratcliffe {{!}} The Francis Crick Institute|work=The Francis Crick Institute|access-dateaccessdate=2018-01-03}}</ref> ইয়াৰ লগতে তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ লোডৱিগ ইনষ্টিটিউট অফ কেঞ্চাৰ ৰিচাৰ্ছৰ সদস্য টাৰ্গেট ডিস্ক'ভাৰী ইনষ্টিটিউটৰ নিৰ্দেশক আছিল।<ref>[https://www.crick.ac.uk/research/find-a-researcher/peter-ratcliffe Crick Website]</ref>

তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ [[উইলিয়াম কেলিন জুনিয়ৰ]] আৰু [[গ্ৰেগ লিয়নাৰ্ড চেমেনজা]]ৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ [[নোবেল বঁটা]] লাভ কৰে।<ref>{{Cite web|url=https://www.nobelprize.org/prizes/medicine/2019/summary/|title=The Nobel Prize in Physiology or Medicine 2019|website=NobelPrize.org|language=en-US|access-dateaccessdate=2019-10-07}}</ref>

==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
* দা ইণ্টাৰনেচেনেল ছ'চাইটি ফৰ ব্লাড পিউৰিফিকেচন বঁটা, ২০০২
* একাডেমী অফ মেডিকেল চাইন্সছৰ ফেল',
২০০২
* ৰয়েল ছ'চাইটিৰ ফেল' (২০০৬)
* এন ই.এম.বি.অ' ফেল'শ্বিপ, ২০০৬
* আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় বিদেশী সদস্যপদ, ২০০৭
* ২৪তম বাৰ্ষিক হৃদযন্ত্ৰৰ ওপৰত গৱেষণাৰ ৰবাৰ্ট জে. এণ্ড ক্লেৰী পাছাৰৌ ফাউণ্ডেচন বঁটা,
২০১১
* বেলি মেডেল, ৰয়েল কলেজ অফ ফিজিছিয়ান, ২০১১
* বাৰ্ষিক ৰিভিউ বঁটা, ফিজিঅ'লজিকেল ছ'চাইটি, ২০১৩
* ৱিলি প্ৰাইজ, ২০১৪
*[https://www.ndm.ox.ac.uk/principal-investigators/researcher/peter-ratcliffe অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ৱেবচাইটত পিটাৰ জন ৰেটক্লিফৰ বিষয়ে]
{{২০১৯ চনৰ ন'বেল বঁটা বিজয়ী}}

[[শ্ৰেণী:যুক্তৰাজ্যৰ ব্যক্তি]]
[[শ্ৰেণী:জীৱবিজ্ঞানী]]
[[শ্ৰেণী:চিকিৎসাবিদ]]
[[শ্ৰেণী:চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী‎]]
[[শ্ৰেণী:যুক্তৰাজ্যৰ ব্যক্তি]]
[[শ্ৰেণী:ন’বেল বঁটা বিজয়ী]]
25,725

টা সম্পাদনা