জে’মচ্ ৱাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} {{infobox writer | name =জে’মচ্ ৱাট | image = | imagesize = | alt = | caption = | pseudonym = | birth_name = | Parents_name = | birth_date = {{১৭৩৬|-|-|-}} | birth_place = স্কটলেণ্ডৰ গ্লাচগো চহৰৰ | death_date = ১৮১১ | death_place = | occupation = | nationality = [...
টেগ্‌: Disambiguation links
 
No edit summary
39 নং শাৰী:
'''জে’মচ্ ৱাট'' ({{lang-en|JAMES WATT.}}) হৈছে এগৰাকী বৈজ্ঞানিক।
 
#==জন্ম আৰু বংশ পৰিচয়==
১৭৩৬ চনত ১৯ জানুৱাৰী দিনা স্কটলেণ্ডৰ গ্লাচগো চহৰৰ ওচৰৰ গ্ৰীনক নামে এখন সৰু ঠাইত জে’মচ্ ৱাটৰ জন্ম হয়।<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা:৬৮</ref>
#==শিক্ষা==
তেঁও মাকৰ অধীনতে ঘৰতে লিখা পঢ়া কৰিছিল।কিন্তু দৰিদ্ৰতাৰ বাবেই হওঁক বা অনিচ্ছাৰ বাবেই হওঁক কিছুদিনৰ পিছতেই তেঁও শিক্ষা এৰি পেলালে।<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা:৬৮</ref>
 
#==কৰ্ম জীৱন==
তেওঁ ১৭৫৬ চনত মেকানিক ৰূপে নিজ কৰ্মজীৱন আৰম্ভ কৰে। আৰু পৃথিৱীৰ প্ৰথম আধুনিক ভাপকল আবিষ্কাৰত তেওঁৰ অৱদান উল্লেখযোগ্য। তেওঁ দূৰত্ব জুখিবৰ বাবে এটা নতুন ধৰণৰ যন্ত্ৰও সাজি উলিয়াইছিল। ইয়াৰোপৰিও তেওঁ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো বিখ্যাত লোক সকলৰ মূৰ্তি নিৰ্মাণ কৰিব পীড়া এটা যন্ত্ৰ সাজি উলিয়াইছিল ।
#মৃত্যু
১৮১১ চনত ৯৩ বছৰ বয়সত জে’মচ্ ৱাটৰ মৃত্যু হয়<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা:৭০</ref>
{{reflist}}