হৰি বৰকাকতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{সম্পাদনা দ্বন্দ}} {{infobox writer | name = হৰি বৰকাকতি | image = | imagesize = 200px | alt = | caption = | pseudonym = | birth_name = | Parents_name = | birth_date = ১৯২৯ চন | birth_place = অসম | death_date = ২০০৬ চন | death_place = | occupation = | nationality = ভাৰতীয় | eth...
 
No edit summary
37 নং শাৰী:
}}
 
'''হৰি বৰকাকতি''' ({{ইংৰাজী:HORI BORKAKOTI}}) এজন সমসাময়িক কবি সকলৰ ভিতৰত তেখেতৰ কবিতা এক ব্যতিক্ৰম। আধুনিক অসমীয়া কবি সকলৰ ভিতৰত হৰি বৰকাকতি আগশাৰী কবি । তেঁও পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। তেখেতৰ কবিতা পুথি প্ৰায় পাঁচখন প্ৰকাশ পাইছিল।
<ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭</ref>
 
==জন্ম==
হৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।<ref>অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭</ref>
 
==সাহিত্যৰাজি==
50 নং শাৰী:
*হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
*ছিলেকটেড পয়েমছ(১৯৯৪)
*কাগজৰ নাও(১৯৮২) <ref>অসমীয়া কবি আৰু কবিতা,সম্পা-কাৰবি ডেকা হাজৰিকা,তৃতীয় বনলতা সংস্কৰণ, পৃষ্ঠা নং ২০১৯</ref>
*কাগজৰ নাও(১৯৮২)
 
==মৃত্যু==