হেনৰী কেভেণ্ডিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
47 নং শাৰী:
তেওঁ বিজ্ঞানী, ৰসায়নবিদ,পদাৰ্থবিজ্ঞানী হিচাপে কেভেণ্ডিছে কৰ্মজীৱন আগবঢ়াই।
পৃথিৱীৰ ভৰ নিৰূপন কৰি বলবিজ্ঞানলৈ অৱদান আগবঢ়ায়।<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৫</ref>
হাইড্ৰজেনৰ বিষয়ে তেওঁ প্ৰমাণ কৰি উলিয়াইছিল। <ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃ শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৬</ref>
ইউডিয়ামিটাৰ নামে এটা যন্ত্ৰৰ সহায় লৈ হাইড্ৰজেন আৰু অক্সিজেন লগ লগাই পানীৰ সৃষ্টি হয় বুলি কেভেণ্ডিছে প্ৰমাণ কৰিছিল ।কৰিছিল। আৰ্চেনিক নামৰ মৌলিক পদাৰ্থটোও তেখেতে প্রথম আৱিষ্কাৰ কৰা বুলি কোৱা হয়।
 
==বঁটা আৰু সন্মান==