হেনৰী কেভেণ্ডিছ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
{{infobox writer
| name = হেনৰী কেভেণ্ডিছ
| image =
| imagesize =
| alt =
| caption =
| pseudonym =
| birth_name =
| Parents_name = পিতৃ: লৰ্ড চাৰ্লছ কেভেণ্ডিছ
| birth_date = ১৭৩১ চন
| birth_place = [[ লণ্ডনৰ ওচৰৰ নাইচ নামৰ ঠাইত ]]
| death_date =
| death_place =
| occupation =
| nationality = [[ব্ৰিটিছ ]]
| ethnicity =
| citizenship =
| language =
| education = তেওঁৰ শিক্ষা আৰম্ভ হৈছিল মেকনি নামৰ ঠাইত। ১৭৪৯ চনত তেওঁ কেম্ব্ৰিজৰ পিটাৰহাউচ কলেজত nam লগাই আৰু স্নাতক ডিগ্ৰী লাভ কৰে।
| alma_mater =
| period =
| genre =
| genre subject =
| subject movement =
| movement notableworks =
| notableworks =
| notableworks partner =
| partner children =
| children relatives =
| relatives influences =
| influences influenced =
| awards = ১৭৬৬ চনত কোপলে মেডেল লাভ কৰিছিলকৰিছিল।
| influenced =
| signature =
| awards = ১৭৬৬ চনত কোপলে মেডেল লাভ কৰিছিল ।
| signature =
| signature_alt =
| website =
}}
 
'''হেনৰী কেভেণ্ডিছ '''(ইংৰাজী:{{lang-en| HENRAY CAVENDISH}}) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।''' ({{lang-en|}})
 
==জন্ম আৰু বংশ পৰিচয়==
তেখেতৰ জন্ম হৈছিল ১৭৩১ চনৰ লণ্ডনৰ ওচৰৰ নাইচ নামৰ ঠাইত ।ঠাইত।<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৪</ref>তেঁওৰতেওঁৰ পিতৃৰ নাম আছিল লৰ্ড চাৰ্লছ কেভেণ্ডিছ আৰু মাকৰ নাম লেডী এন গ্ৰে।
 
==শিক্ষা==
তেওঁৰ শিক্ষা আৰম্ভ হৈছিল মেকনি নামৰ ঠাইত। ১৭৪৯ চনত তেওঁ কেম্ব্ৰিজৰ পিটাৰহাউচ কলেজত নাম লগাই আৰু স্নাতক ডিগ্ৰী লাভ কৰে।
 
==চাকৰি জীৱন==
*তেওঁ বিজ্ঞানী, ৰসায়নবিদ,পদাৰ্থবিজ্ঞানী হিচাপে কেভেণ্ডিছে কৰ্মজীৱন আগবঢ়াই।
*পৃথিৱীৰ ভৰ নিৰূপন কৰি বলবিজ্ঞানলৈ অৱদান আগবঢ়ায়।<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৫</ref>
*হাইড্ৰজেনৰ বিষয়ে তেওঁ প্ৰমাণ কৰি উলিয়াইছিল।<ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৬</ref>
*ইউডিয়ামিটাৰ নামে এটা যন্ত্ৰৰ সহায় লৈ হাইড্ৰজেন আৰু অক্সিজেন লগ লগাই পানীৰ সৃষ্টি হয় বুলি কেভেণ্ডিছে প্ৰমাণ কৰিছিল। আৰ্চেনিক নামৰ মৌলিক পদাৰ্থটোও তেখেতে প্রথমপ্ৰথম আৱিষ্কাৰ কৰা বুলি কোৱা হয়।
 
==বঁটা আৰু সন্মান==
১৭৬৬ চনত কোপলে মেডেল লাভ কৰিছিলকৰিছিল। <ref>বিশ্বৰ বৰণ্য বিজ্ঞানী, ডঃড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৭
</ref>
== তথ্যসূত্ৰ ==
 
 
== তথ্যসূত্ৰ ==
{{reflist}}