চলচ্চিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

r2.7.1) (ৰবট যোগ দিছে :ne:चलचित्र
অদৰকাৰী সাঁচ আঁতৰাই দিয়া হ'ল।
1 নং শাৰী:
{{Being translated|en|Film|en}}
{{About|motion pictures or movies|still photography film|Photographic film|motion picture film|Film stock}}
{{Redirect4|Movie|Moving picture|other uses|[[Movie (disambiguation)]], [[Moving Pictures (disambiguation)]] and [[Film (disambiguation)]]}}
{{pp-semi-indef}}{{pp-move-indef}}<!--indefinite; please do not undo without discussion first-->
{{Refimprove|date=July 2010}}
{{More footnotes|date=July 2010}}
{{Globalize|section|date=December 2009}}
<div style="font-size:1.2em">
[[Image:BolexH16.jpg|right|thumb|এটা [[16 mm film|১৬ মি.মি.]] স্প্ৰীং যুক্ত 'বলেক্স' "H16" প্ৰতিফলন কেমেৰা। চলচ্চিত্ৰ নিৰ্মানৰ আখৰা হিচাপে চলচ্চিত্ৰ শিক্ষা বিদ্যালয়ত জনপ্ৰিয় আহিলা।]]
{{বিশ্বৰ চলচ্চিত্ৰ}}
 
''চলচ্চিত্ৰ'' বা 'বোলছবি' বা চমুকৈ অকল 'ছবি' (ইংৰাজী চিনেমা বা ফিল্ম), মূলত: স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে ([[কেমেৰা]]) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক [[এনিমেছন]] বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ।
"https://as.wikipedia.org/wiki/চলচ্চিত্ৰ"ৰ পৰা অনা হৈছে