মহাদেৱ গোবিন্দ ৰানডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

15 নং শাৰী:
| spouse = ৰামাবাই ৰাণাডে
}}
ৰাও বাহাদুৰ '''মহাদেৱ গোবিন্দ ৰাণাডে''' ({{lang-en|Mahadev Govind Ranade}}, ১৮ জানুৱাৰী ১৮৪২ – ১৬ জানুৱাৰী ১৯০১)ৰ জনপ্ৰিয় নাম আছিল '''বিচাৰপতি ৰাণাডে''' (বা '{{lang|en|Justice Ranade}}')। ৰাণাডে এজন ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক। তেখেত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল।<ref name=EB1911>{{cite EB1911 |wstitle=Ranade, Mahadeo Govind |volume=22 |page=884}}</ref><ref name="biogovind">{{cite web |title= Mahadev Govinde Ranade |url=http://www.rrtd.nic.in/biogovind.html |access-dateaccessdate=2015-08-22}}</ref> তেখেতে বোম্বাই আইন পৰিষদত কেইবাটাও পদ অলংকৃত কৰিছিল। আনহাতে কেন্দ্ৰত তেখেত বিত্ত সমিতিৰ সদস্য আছিল।<ref name=EB1911/>মহাৰাষ্ট্ৰৰ বোম্বাই উচ্চ ন্যায়ালয়ত তেখেত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।<ref>"Encyclopaedia Eminent Thinkers (Vol. 22 : The Political Thought of Mahadev Govind Ranade)", p. 19</ref>
 
মহাদেৱ গোবিন্দ ৰাণাডে এগৰাকী বহুল জনপ্ৰিয় ব্যক্তি আছিল। তেখেতৰ ধৈৰ্যশীলতা আৰু শান্ত স্বভাৱে ব্ৰিটেইনত কিছুমান কৰ্ম সম্পাদন কৰাত আৰু ভাৰতবৰ্ষৰ সংস্কাৰ সাধন কৰাত সহায় কৰিছিল। তেখেতৰ জীৱনকালতে পুনা সাৰ্বজনিক সভা, ৱকট্ৰুটৱট্টেজাক সভা, মহাৰাষ্ট্ৰ গ্ৰন্থতেজাক সভা আৰু [[প্ৰাৰ্থনা সমাজ]]ৰ প্ৰতিষ্ঠা হৈছিল। তেখেতৰ সম্পাদনাত বোম্বাইৰ পৰা ইন্দুপ্ৰকাশ নামৰ এখন ইংৰাজী-মাৰাঠী দৈনিক কাকত প্ৰকাশিত হৈছিল, যাৰ ভেটি আছিল ৰাণাডেৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰমুখী বিচাৰধাৰা। তেখেতক ৰাও বাহাদুৰ উপাধি প্ৰদান কৰা হৈছিল।<ref name="Ranade1992">{{cite book|author=Mahadev Govind Ranade (Rao Bahadur)|title=The Miscellaneous Writings of the Late Hon'ble Mr. Justice M.G. Ranade|url=https://books.google.com/books?id=Q55IAAAAYAAJ|year=1992|publisher=Sahitya Akademi}}</ref>
32 নং শাৰী:
ভাৰতীয় সমাজ ব্যৱস্থাটোক আধ্যাত্মিকীকৰণ কৰাৰ আঁৰত ৰাণাডেৰ এটা বিশেষ ধাৰণা আছিল। তেওঁ ভাবিছিল যে, হিন্দু ধৰ্মই ৰীতি-নীতি পালন কৰা আৰু পৰিয়ালকেন্দ্ৰিক, সমাজকেন্দ্ৰিক নিয়ম পালন কৰাত অত্যধিক গুৰুত্ব প্ৰদান কৰে। কিন্তু আধ্যাত্মিকতাবাদয়ে বিশেষ গুৰুত্ব নাপায়। ব্ৰিটিছৰ সংস্কাৰ হোৱা খ্ৰীষ্টান ধৰ্মৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাণাডেয়ে সেই ধৰ্মক আধ্যাত্মিকতামুখী বুলি বিবেচনা কৰিছিল। হিন্দু ধৰ্মক সংস্কাৰপ্ৰাপ্ত প্ৰটেষ্টাণ্ট গীৰ্জাৰ অধিক ওচৰ চপাই নিবৰ বাবে তেখেতে [[প্ৰাৰ্থনা সমাজ]]ৰ সহ-প্ৰতিষ্ঠা কৰিছিল। প্ৰাৰ্থনা সমাজ আছিল এখন ধৰ্মীয় সমাজ যিখন সমাজে হিন্দুত্ববাদৰ ভক্তিবাদী স্বৰূপটো জীয়াই ৰাখি কিছুমান গুৰুত্বপূৰ্ণ হিন্দু গাঁথনি আৰু ৰীতি-নীতি নাকচ কৰিছিল। তাৰে ভিতৰত ব্ৰাহ্মণ ধৰ্মযাজকো আছিল।
====নাৰী মুক্তি====
ৰাণাডেয়ে গ্ৰহণ কৰা “মানৱতাবাদকৰণ আৰু সাম্যকৰণ”ৰ পদক্ষেপটোৰ মূল লক্ষ্য আছিল নাৰীসমাজ। ৰাণাডেয়ে [[পৰ্দা প্ৰথা]]ৰ বিৰোধিতা কৰিছিল। তেখেত আছিল সামাজিক সন্মিলনী আন্দোলনৰ প্ৰতিষ্ঠাপক, যাক তেওঁ আমৃত্যু পৰ্যন্ত সমৰ্থন কৰিছিল।<ref name=EB1911/> ইয়াৰ জৰিয়তে ৰাণাডেয়ে বাল্যবিবাহ[[বাল্য বিবাহ]], ব্ৰাহ্মণ নাৰীৰ কেশচ্ছেদ, আড়ম্বৰপূৰ্ণ বিবাহকে ধৰি আন একাধিক ৰীতি-পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰিছিল। তেখেতে বিধৱা বিবাহ আৰু স্ত্ৰীশিক্ষাৰ হকে সজোৰে মাত মাতিছিল।<ref name=EB1911/> ১৮৬১ চনত, কৈশোৰ অৱস্থাতে ৰাণাডেয়ে "বিধৱা বিবাহ সংঘ"ৰ সহ-প্ৰতিষ্ঠা কৰিছিল।<ref>{{cite web|url=http://www.astrojyoti.com/modern-history-84.htm |title=THE GROWTH OF NEW INDIA, 1858-1905 |publisher=Astrojyoti.com |date=2012-05-17 |access-dateaccessdate=2012-07-07}}</ref>
====ছোৱালীৰ শিক্ষা====
১৮৮৫ চনত ৰাণাডে, ৱামন আবাজী মোডক আৰু ইতিহাসবিদ ডা. আৰ.জি. ভাণ্ডাৰকাৰে মহাৰাষ্ট্ৰ ছোৱালী শিক্ষা সমাজ প্ৰতিষ্ঠা কৰে। ইয়াৰ লগতে প্ৰতিষ্ঠিত হয় মহাৰাষ্ট্ৰৰ সৰ্বপুৰণি উচ্চ বিদ্যালয় হুজুৰপাগা।<ref>{{cite book|last1=Bhattacharya|first1=edited by Sabyasachi|title=Education and the disprivileged : nineteenth and twentieth century India.|date=2002|publisher=Orient Longman|location=Hyderabad|isbn=978-8125021926|pages=239|edition=1. publ.|url=https://books.google.com/books?id=f-jBIp3iWdEC&q=tilak+swaraj&pg=PR7|access-dateaccessdate=12 September 2016}}</ref><ref>{{cite web|title=Huzurpaga|url=http://www.huzurpaga.com/about-us.php|website=Huzurpaga}}</ref><ref>Ghurye, G. S. (1954). Social Change in Maharashtra, II. Sociological Bulletin, page 51.</ref>
 
==তথ্য উৎস==