অপৰিমেয় সংখ্যা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
2409:4065:80:A174:2D18:CF43:BF0D:F1EB (আলোচনা)-ই কৰা 297706 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
 
3 নং শাৰী:
'''অপৰিমেয় সংখ্যা''' (''Irrational Number''): গণিতত অপৰিমেয় সংখ্যা বোৰ বাস্তৱ সংখ্যা। যিবোৰ সংখ্যাক কোনো অখণ্ড সংখ্যা '''p''' আৰু '''q'''-ৰ বাবেই '''p/q''' আকাৰত প্ৰকাশ কৰিব নোৱাৰি,তেনে সংখ্যাক অপৰিমেয় সংখ্যা বোলে। অৰ্থাৎ অপৰিমেয় সংখ্যাক ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰিব পৰা নাযায়। কিন্তু এই সমূহক দশমিক সংখ্যাত প্ৰকাশ কৰিব পাৰি। যেনেঃ '''√২, π''' ইত্যাদি। ইয়াত '''√২=১.৪১৪২১৩৫৬...''' আকৌ '''π=৩.১৪১৫৯২৬...'''
 
[[শ্ৰেণী:সংখ্যা]]