অসম আন্দোলনৰ তথ্যকোষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
36 নং শাৰী:
৬টা খণ্ডত প্ৰকাশ হ’বলগীয়া গ্ৰন্থখনৰ বিষয়বস্তুসমূহ এনেধৰণৰ–<ref>https://timesofindia.indiatimes.com/city/guwahati/cm-lays-foundation-of-assam-agitation-martyrs-memorial-in-city/articleshow/79667408.cms</ref>
*নিৰ্ধাৰিত সময়ছোৱাত ৰাজ্যৰ অগ্ৰণী দৈনিক কাকতত প্ৰকাশিত আন্দোলনৰ প্ৰাপ্ত প্ৰায় সকলো বাতৰিৰ টোকা৷ এই বাতৰিসমূহ নিৰ্বাচন কৰোঁতে আন্দোলনৰ লগত জড়িত ৰাজনৈতিক ঘটনাক্ৰমসমূহ সামৰা হ’ব৷
*উক্ত সময়ছোৱাত আন্দোলনৰ বিষয়ে ৰাষ্ট˜ীয়ৰাষ্টীয় কাকতত পৰিৱেশিত প্ৰতিবেদন আৰু বাতৰি প্ৰয়োজনত যথাযথভাৱে, বা নহ’লেও উক্ত বাতৰিযবাতৰিৰ প্ৰতিবেদনৰ টোকা;টোকা৷
*আন্দোলনৰ বেজ, গোহাৰি-পত্ৰ, প্ৰচাৰ-পত্ৰ৷
*আন্দোলনকাৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আদান-প্ৰদান হোৱা পত্ৰ, স্মাৰক-পত্ৰ৷
*সংশি¡ষ্টতদানীন্তন সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা প্ৰকাশিত বিভিন্ন আলোচনী, বাতৰি কাকত, কিতাপ, পুস্তিকা৷
*নিৰ্ধাৰিত সময়ছোৱাৰ আৰক্ষীৰ দৈনিক প্ৰতিবেদন৷
* আন্দোলনৰ সময়ৰ বিভিন্ন আলোকচিত্ৰ৷
*আন্দোলনৰ আধাৰত প্ৰকাশিত কিতাপ৷
*আন্দোলনকাৰীৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ তথ্য৷