ৱিকিপিডিয়া:ৱিকিপিডিয়ান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
28 নং শাৰী:
ৱিকিপিডিয়ানসকলৰ বহুতো দিশৰ ওপৰত বিভিন্ন বৈশিষ্ট্য আছে, যাৰ ভিতৰত সাহসিকতা এটা: এফালে এনে কিছুমান সম্পাদক আছে যিয়ে স্বেচ্ছাই এক-প্ৰত্যাৱৰ্তন নিয়ম অনুসৰণ কৰে, যিসকলে যুদ্ধ সম্পাদনাত লিপ্ত হোৱাৰ সলনি আলোচনা কৰিব। আনফালে, কিছুমান সাহসী সম্পাদক আছে, যিসকল আলোচনাকাৰীৰ সলনি কৰ্তা। ইয়াৰ উপৰিও, ৱিকিপিডিয়াৰ বিষয়বস্তু লিখি আৰু সম্পাদনা কৰি মুখ্যতঃ অৱদান আগবঢ়োৱা ৱিকিপিডিয়ান আছে আৰু এনে কিছুমান লোক আছে যিয়ে ৱিকিপিডিয়াৰ প্ৰশাসনত অৰিহণা যোগায় বা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বাবে ইয়াত প্ৰৱেশাধিকাৰ প্ৰদান কৰে। সাধাৰণ ৱিকিপিডিয়া সম্পৰ্কীয় ব্যৱহাৰকাৰীবাকচৰ দ্বাৰা বহুতো দৰ্শন আৰু অন্যান্য অৱদানৰ বৈশিষ্ট্য ভালদৰে প্ৰতিনিধিত্ব কৰা হয়: ৱিকিপিডিয়া:ব্যৱহাৰকাৰীবাকচ/ৱিকিপিডিয়া।
 
==অধিক চাওক==
==See also==
{{Commons category|Wikipedians}}
*[[Wikipedia:Editor's index to Wikipedia]]