অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
No edit summary
4 নং শাৰী:
| image = অনুৰাধা শৰ্মা পূজাৰী.jpg|200 px
| caption =
| Parents =
| birth_date = {{Birth১৯৬৪ date|1964|-|-}}চন
| death_date =
| birth_place = [[যোৰহাট]], [[অসম]]
| death_place =
| spouse =
| partner =
| children =
| occupation = শিক্ষাবিদ, সাহিত্যিক, সম্পাদক, সাংবাদিক
| nationality = ভাৰতীয়
17 নং শাৰী:
| influenced =
| signature = অনুৰাধা শৰ্মাপূজাৰীৰ চহী.jpg
| awards = [[ৰেনেছাঁ অসম বঁটা]]<br> অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা<br>
| website =
}}
'''অনুৰাধা শৰ্মা পূজাৰী''' ({{lang-en|Anuradha Sharma Pujari}}, জন্ম: ১৯৬৪ চন) [[অসম]]ৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]]সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান [[সাদিন]]<ref>"Anuradha Sharma Pujari, editor of the popular assamese weekly, ''Sadin'', which carried the controversial story, stood by the report."[http://timesofindia.indiatimes.com/news/india/Jounalist-accused-of-blackmail-in-Assam/articleshow/641841943.cms Jounalist &#91; sic&#93; accused of blackmail in Assam] SHANKHADEEP CHOUDHURY, TNN 23 January 2002 Times of India</ref> কাকত আৰু [[সাতসৰী]] নামৰ অসমীয়া মাহেকীয়া আলোচনীখনৰ সম্পাদক হিচাপে কাৰ্যৰত হৈ আছে।<ref name="sivasagar">{{cite web | url=http://onlinesivasagar.com/literature/anuradha-sharma-pujari.html | title=Anuradha Sharma Pujari | publisher=onlinesivasagar.com | work=onlinesivasagar.com | accessdate=February 03, 2013}}</ref> [[চাহেব পুৰাৰচাহেবপুৰাৰ বৰষুণ]] নামৰ উপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে।
 
==প্ৰাৰম্ভিক জীৱন==
[[যোৰহাট]]ত জন্মগ্ৰহণ কৰা পূজাৰীয়ে [[দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়|দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়]]ত স্নাতক মহলাত অধ্যয়ন কৰিছিল। [[#Dibrugarh University|ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ত তেওঁ [[সমাজশাস্ত্ৰ]] বিষয়ত অধ্যয়ন কৰে। পাছলৈ কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্ট ছাইন্সত সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। পিছলৈ তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েছন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে।<ref name="ketherina">[[কেথেৰিণাৰ সৈতে এটা নিৰ্জন দুপৰীয়া]], অনুৰাধা শৰ্মা পূজাৰী। বেটুপাতৰ দ্বিতীয় পৃষ্ঠা। isbn :81-7339-460-1</ref> [[অসম বাণী]] কাকতত প্ৰকাশিত তেওঁৰ সাপ্তাহিক স্তম্ভলেখা 'কলিকতাৰ চিঠি' আৰু প্ৰথমখন উপন্যাস [[হৃদয় এক বিজ্ঞাপন]]ৰ যোগেদি তেওঁ ক্ৰমাত্‍ জনপ্ৰিয়তা লাভ কৰে।<ref>[http://www.assamtribune.com/aug2809/mosaic2.html Article in Assam Tribune]</ref> ১৯৯৮ চনত প্ৰথম প্ৰকাশ হোৱা এই উপন্যাসখন সাহিত্যিক সমালোচক [[হোমেন বৰগোহাঞি]]য়ে সেই সময়ৰ মহত্‍ উপন্যাস আখ্যা দিয়ে। তেখেতে সমালোচনাত কয়, যে "এই“এই উপন্যাসখনে আধুনিক অসমীয়া সমাজখনৰ বিষয়ে এনে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যিবোৰ ইয়াৰ আগেয়ে কোনো লেখকে কৰা নাছিল। "নাছিল।”<ref>[http://myxofura.blogspot.com/2008/07/anuradha-sharma-pujari-is-significant.html An Interview With Anuradha Sharma Pujari]</ref> ক্ৰমাগতভাৱে উপন্যাসখনৰ ১৪টা সংস্কৰণ প্ৰকাশ পায় আৰু পূজাৰীলৈ যথেষ্ট সমালোচনাত্মক তথা বাণিজ্যিক সফলতা কঢ়িয়াই আনে।<ref>See bio of [http://myxofura.blogspot.com/2006/11/that-disgusting-photograph-anuradha.html That Disgusting Photograph]</ref>
 
==পেচাদাৰী জীৱন==
প্ৰথমাৱাস্থাত শৰ্মা পূজাৰীয়ে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ পাঠ্যক্ৰক গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অফ ফাইন আৰ্টছৰ অধীনস্থ চিটেক ইনষ্টিটিউটত কিছুদিন শিক্ষকতা কৰিছিল। ইয়াৰ পিছত তেওঁ [[আমাৰ অসম]] কাকতত কিছুদিন সাংবাদিকতা কৰে। পিছলৈ তেওঁ সাদিন গোষ্ঠীত যোগদান কৰে আৰু বৰ্তমান তেওঁ [[সাদিন]] কাকতৰ সম্পাদক হিচেপে কৰ্মৰত।<ref name="ketherina"/>
 
হৃদয় এক বিজ্ঞাপনৰ পিছতেই তিনিখন উপন্যাসৰ সংকলন ''এজন ঈশ্বৰৰ সন্ধানত'' প্ৰকাশ পায় (১৯৯৮)। পৰৱৰ্তী বছৰবোৰত ''কাঞ্চন'', ''চাহেবপুৰাৰ বৰষুণ'' ইত্যাদি উপন্যাসসমূহ প্ৰকাশিত হয়। ২০০৪ চনত ''হৃদয় এক বিজ্ঞাপন''ৰ আভা ভট্টাচাৰ্যই কৰা ইংৰাজী অনুবাদ ''হাৰ্টছ এ শ্ব'বিজ'' নতুন দিল্লীৰ স্পেকট্ৰাম পাব্লিকেচন যোগে প্ৰকাশ পায়।<ref name="ketherina"/> এই উপন্যাসখন ইতিমধ্যে [[বঙালী ভাষা]]লৈও অনূদিত হৈছে। [[সাহিত্য অকাডেমি]]ৰ পত্ৰিকা ''কণ্টেমপৰেৰি ইণ্ডিয়ান লিটাৰেচাৰ'' আৰু জয়ন্ত মহাপাত্ৰ সম্পাদিত ওড়িয়া আলোচনী ''চন্দ্ৰভাগা''ত শৰ্মা পূজাৰীৰ গল্পৰ অনুবাদ প্ৰকাশিত হৈছে।<ref name="ketherina"/>
ভাৰতীয় শিশু কল্যাণ সমিতিয়ে মহিলা আৰু শিশু পুনঃনিৰ্মাণ কেন্দ্ৰ তথা কামৰূপ জিলা শিশু কল্যাণ সমিতিৰ সহযোগত গুৱাহাটীৰ হেম শিশু সদনত আয়োজন কৰা ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটা প্ৰদান অনুষ্ঠানত লেখিকাগৰাকী সন্মানীয় অতিথি আছিল।<ref>[http://www.telegraphindia.com/1060114/asp/guwahati/story_5715390.asp Young Bravehearts] January 14, 2006 The Telegraph (Calcutta, India)</ref>
 
==সাহিত্য কৰ্মৰাজী==
{{Multicol}}
===উপন্যাস===
* [[হৃদয় এক বিজ্ঞাপন]]
* [[এজন ঈশ্বৰৰ সন্ধানত]]
* [[কাঞ্চন (উপন্যাস)|কাঞ্চন]]
* [[চাহেব পুৰাৰচাহেবপুৰাৰ বৰষুণ]]
* [[ব’ৰাগী নদীৰ ঘাট]]
* [[নাহৰৰ নিৰিবিলি ছাঁ]]
* [[ৰাগ-অনুৰাগ]]
* [[মেৰেং]]<ref name="banalata">{{cite web | url=http://www.banalata.in/book/mareng-1 | title=MARENG :Evergreen Book | publisher=বনল্তা প্ৰকাশন | work=banalata.in | accessdate=February 03, 2013}}</ref>
* [[সোণ হৰিণৰ চেঁকুৰ (গ্ৰন্থ)|সোণ হৰিণৰ চেঁকুৰ]]
* [[নীল প্ৰজাপতি]]
* [[ইয়াত এখন অৰণ্য আছিল]]
{{Multicol-break}}
===গল্প সংকলন===
* বসন্তৰ গান
Line 55 ⟶ 57:
* অট’গ্ৰাফ
* [[আমেৰিকান চৰাইখানাত সংবাদ, বসন্ত আৰু বন্ধু]]
{{Multicol-end}}
 
==বঁটা==
* [[ৰেনেছাঁ অসম বঁটা]] ২০১৩<ref name="amarasom">{{cite web | title=জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা | publisher=[[আমাৰ অসম]] | date=১৩ মাৰ্চ ২০১৫ | accessdate=১৪ মাৰ্চ২০১৫}}</ref>