ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

70 নং শাৰী:
 
বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০টাতকৈ অধিক বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰে। ০৩-০৫-২০১১ তাৰিখলৈকে বিশ্ববিদ্যালয়খনে মুঠ ১০৯৮ জন গৱেষকক বিভিন্ন বিষয়ত পি, এইচ, ডি, ডিগ্ৰী প্ৰদান কৰিছে। তদুপৰি বিশ্ববিদ্যালয়খনে বৰ্তমান দহটা বিষয়ত (অসমীয়া, ইংৰাজী, ৰসায়ন বিজ্ঞান,পদাৰ্থ বিজ্ঞান, বাণিজ্য, বুৰঞ্জী, গণিত, ৰাজনীতি বিজ্ঞান, সমাজতত্ব আৰু পৰিসংখ্যা) এম, ফিল ডিগ্ৰী প্ৰদান কৰে।
 
তাৎপৰ্যপূৰ্ণ গৱেষণাৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সম্প্ৰতি তিনিখন সন্মানীয় আসন আছে।এই আসনকেইখন হৈছে- অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন, বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ আসন আৰু প্ৰায়োগিক ভূতত্ব বিভাগৰ কে, ডি, মালব্য আসন।
 
==বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ==