পদ্মাৱতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: New redirect
 
"Padmavathi" পৃষ্ঠাৰ অনুবাদেৰে সৃষ্টি কৰা হৈছে
টেগ্‌: Removed redirect উলটিওৱা হৈছে সমল অনুবাদ সমল অনুবাদ ২
1 নং শাৰী:
 
#REDIRECT [[পদ্মাৱতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)]]
{{Infobox deity|type=হিন্দু|image=File:Godess Padmavati.jpg|name=পদ্মাৱতী|caption=|other_names=আলামেলু মাংগা|animals=[[হাতী]]|affiliation=[[Lakshmi]], [[Bhumi (goddess)|Bhumi]]|god_of=|abode=|consort=[[ভেংকটেশ্বৰ]]|parents=আকাশ ৰজা, ধৰণী দেৱী|children=|mount=গুলপীয়া পদ্ম}}
[[Category:Articles having different image on Wikidata and Wikipedia]]
[[চিত্ৰ:Padmavathi_Ammavari_Temple.JPG|thumb|পদ্মাৱতী মন্দিৰ, তিৰুচানুৰ]]
'''পদ্মাৱতী''' ({{Lang-te|పద్మావతి}}, {{Lang-sa|पद्मावती}}) বা '''আলামেলু মাংগা'''<ref>[https://books.google.com/books?id=Kn7NDN5c1l8C&pg=PA401&dq=padmavati+alamelu&as_brr=3&client=firefox-a#PPA401,M1 South India handbook: the travel guide] by Robert Bradnock, Roma Bradnock.</ref> এগৰাকী হিন্দু দেৱী আৰু ভগৱান [[বিষ্ণু]]ৰ ৰূপ ভেংকটেশ্বৰৰ সংগী৷ তেওঁক স্থানীয় এজন ৰজাৰ জীয়ৰী আৰু দেৱী লক্ষ্মী আৰু ভূমিৰ অৱতাৰ বুলি কোৱা হয়৷<ref name="Dalal" /><ref>{{Cite book|last=Pattanaik, D.|title=Vishnu: an introduction|place=Mumbai|publisher=Vakils, Feffer and Simons|year=1999|page=69}}</ref> [[সংস্কৃত ভাষা|সংস্কৃত]]ত পদ্মাৱতীৰ অৰ্থ “পদুম ফুলৰ পৰা ওলোৱা’’৷
 
পদ্মাৱতীৰ সকলোতকৈ প্ৰখ্যাত মন্দিৰ তিৰুপতি নগৰৰ উপকণ্ঠ তিৰুচানুৰত অৱস্থিত পদ্মাৱতী আম্মাৱৰী মন্দিৰ৷ পৰম্পৰা অনুসৰি বিষ্ণুৰ তিৰুমালা ভেংকটেশ্বৰ মন্দিৰলৈ যোৱা প্ৰতিগৰাকী ভক্তই পদ্মাৱতী মন্দিৰ দৰ্শন কৰি যাবই লাগিব৷
 
== নামৰ উৎপত্তি ==
পদ্মৱতী নামটো সংস্কৃত ভাষাৰ পৰা আহিছে যাৰ অৰ্থ “পদুম ফুলৰ পৰা উদ্ভুত’’৷ তেওঁক তেলুগুত আলামেলুমাংগা<ref name="tel-alamelu">{{Cite book|title=Google book-Core of Karnatic Music, meaning of alamelu in Telugu|isbn=9789381699003|url=https://books.google.com/books?id=Ce6vDQAAQBAJ&q=alamelu+meaning+in+telugu&pg=RA3-PA155|last=Madhavan|first1=A. D.|date=25 January 2011}}</ref> আৰু তামিলত আলাৰমেলমাংগাই বোলা হয়৷ ইয়াত আলাৰ মানে পদুম আৰু মেল মানে ওপৰত; মাংগাই শব্দৰ অৰ্থ “নাৰী’’৷
 
== কিংবদন্তি ==
প্ৰবাদ অনুসৰি ঋষি [[ভৃগু]]ৱে পৰম ঈশ্বৰৰ সন্ধানত ত্ৰিভুৱন ঘূৰোঁতে ব্ৰহ্মা আৰু শিৱৰ উদাসীনতাত ক্ষুণ্ণ হয়৷ শেষত তেওঁ বৈকুণ্ঠ গৈ বিষ্ণুৰ ওচৰ পায়৷ বিষ্ণুৱে হাঁহিমুখেৰে ধ্যান কৰি আছিল আৰু তেওঁৰ পত্নী লক্ষ্মীয়ে আলপৈচান ধৰি আছিল৷ খঙত থকা ভৃগুৱে বিষ্ণুৰ বুকুতে গোৰ সোধায় আৰু এই কাৰ্যত লক্ষ্মীৰ খং উঠে৷ কিন্তু বিষ্ণুৱে শান্তভাবে ভৃগুৰ পৰা ক্ষমা বিচাৰে আৰু ভৃগুৰ ভৰি পিটিকি তেওঁৰ খং দমন কৰে৷
 
এই ঘটনাত লক্ষ্মী হতাশ হৈ বৈকুণ্ঠ ত্যাগ কৰে আৰু কোলহাপুৰত থাকিবলৈ লয় (কোলহাপুৰৰ শ্ৰী মহালক্ষ্মী অম্বাবাই মন্দিৰ)৷ তেতিয়া বিষ্ণুৱে ভেংকটেশ্বৰৰ ৰূপ ধাৰণ কৰি [[তিৰুমালা]] পাহাৰলৈ আহে আৰু লক্ষ্মীৰ ধ্যান আৰম্ভ কৰে৷ ইতিমধ্যে লক্ষ্মীয়ে আকাশ ৰজাৰ জীয়ৰী পদ্মাৱতী হিচাপে অৱতাৰ গ্ৰহণ কৰে৷ এবাৰ ভেংকটেশ্বৰে পদ্মাৱতীক মদমত্ত হাতী এটাৰ পৰা বচাই তেওঁৰ প্ৰেমত পৰে। ভেংকটেশ্বৰে [[কুবেৰ]] দেৱতাৰ পৰা কিছু ধন বিচাৰে আৰু [[কলি যুগ]]ৰ শেষত সেয়া ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ভেংকেটেশ্বৰে তাৰ পাছত পদ্মাৱতীক বিয়া কৰাই নিজে তিৰুমালাত আৰু পদ্মাৱতীয়ে তিৰুচানুৰত বিগ্ৰহৰ ৰূপ লয়।{{Citation needed|date=June 2021}}
 
== তথ্য সংগ্ৰহ ==
 {{reflist}}
[[শ্ৰেণী:লক্ষ্মী]]
"https://as.wikipedia.org/wiki/পদ্মাৱতী"ৰ পৰা অনা হৈছে