পদ্মাৱতী (দেৱী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
3 নং শাৰী:
[[Category:Articles having different image on Wikidata and Wikipedia]]
[[চিত্ৰ:Padmavathi_Ammavari_Temple.JPG|thumb|পদ্মাৱতী মন্দিৰ, তিৰুচানুৰ]]
'''পদ্মাৱতী''' ({{Lang-te|పద్మావతి}}, {{Lang-sa|पद्मावती}}) বা '''আলামেলুমাংগা'''<ref name="Dalal">{{cite encyclopedia |surname=Dalal |given=Roshen |title=Hinduism: An Alphabetical Guide |year=2010 |url={{Google books|DH0vmD8ghdMC|page=|keywords=|text=|plainurl=yes}} |place=New Delhi |publisher=Penguin Books India |isbn=978-0-14-341421-6 |page=291}}</ref><ref>[https://books.google.com/books?id=Kn7NDN5c1l8C&pg=PA401&dq=padmavati+alamelu&as_brr=3&client=firefox-a#PPA401,M1 South India handbook: the travel guide] by Robert Bradnock, Roma Bradnock.</ref> এগৰাকী হিন্দু দেৱী আৰু ভগৱান [[বিষ্ণু]]ৰ ৰূপ ভেংকটেশ্বৰৰ সংগী৷ তেওঁক স্থানীয় এজন ৰজাৰ জীয়ৰী আৰু দেৱী লক্ষ্মী আৰু ভূমিৰ অৱতাৰ বুলি কোৱা হয়৷<ref name="Dalal" /><ref>{{Cite book|last=Pattanaik, D.|title=Vishnu: an introduction|place=Mumbai|publisher=Vakils, Feffer and Simons|year=1999|page=69}}</ref> [[সংস্কৃত ভাষা|সংস্কৃত]]ত পদ্মাৱতীৰ অৰ্থ “পদুম ফুলৰ পৰা ওলোৱা’’৷
 
পদ্মাৱতীৰ সকলোতকৈ প্ৰখ্যাত মন্দিৰ তিৰুপতি নগৰৰ উপকণ্ঠ তিৰুচানুৰত অৱস্থিত পদ্মাৱতী আম্মাৱৰী মন্দিৰ৷ পৰম্পৰা অনুসৰি বিষ্ণুৰ তিৰুমালা ভেংকটেশ্বৰ মন্দিৰলৈ যোৱা প্ৰতিগৰাকী ভক্তই পদ্মাৱতী মন্দিৰ দৰ্শন কৰি যাবই লাগিব৷