যক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
34 নং শাৰী:
[[হিন্দুধৰ্ম]], [[জৈনধৰ্ম]] আৰু [[বৌদ্ধধৰ্ম]]ৰ ৰচনাৱলীত যক্ষসকলৰ উপস্থিতি দেখা যায়। ইয়াৰ উপৰিও দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ মন্দিৰসমূহতো পহৰাদাৰী দেৱতা হিচাপে যক্ষৰ চিত্ৰায়ন কৰা হয়।<ref name=eb/><ref>{{cite book|author=Richard John Richards|title=South-east Asian Ceramics: Thai, Vietnamese, and Khmer: From the Collection of the Art Gallery of South Australia|url=https://books.google.com/books?id=D0DWAAAAMAAJ |year=1995 |publisher=Oxford University Press|isbn=978-967-65-3075-2 |pages=27, 67}}</ref> যক্ষৰ নাৰীৰূপ হৈছে [[যক্ষিণী]]।<ref>For {{lang|sa|यक्षी}} as the feminine of {{lang|sa|यक्षः}} see V. S. Apte, ''The Practical Sanskrit-English Dictionary'', p. 776.</ref><ref>For yakṣiṇī ({{lang|sa|यक्षिणी}}) as a regular Sanskrit term for a female yakṣa, and yakṣaṇī as a Buddhist variant, see [[Franklin Edgerton]], ''Buddhist Hybrid Sanskrit Grammar and Dictionary'', Vol. 2, Motilal Banarsidass, first Ed., 1953, p. 442.</ref>
 
হিন্দু, জৈন আৰু বৌদ্ধধৰ্মৰ ৰচনাসমূহত যক্ষক দুটা ৰূপত দেখা পোৱা যায়। এহাতে তেওঁলোক অৰণ্য আৰু পৰ্বতৰ সৈতে জড়িত নম্ৰ স্বভাৱৰ দেৱতা আৰু আনহাতে তেওঁলোক একপ্ৰকাৰৰ ভূত বা ৰাক্ষস।[[ৰাক্ষস]]। দ্বিতীয় ৰূপটোৰে তেওঁলোকে হাবি-বননি আৰু পদপথত বিচৰণ কৰে আৰু ভ্ৰমণকাৰী লোকক ভক্ষণ কৰে।
 
==হিন্দুধৰ্ম==
"https://as.wikipedia.org/wiki/যক্ষ"ৰ পৰা অনা হৈছে