কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র -> ৰ
No edit summary
1 নং শাৰী:
{{Infobox person
'''কুশল কোঁৱৰ''' হ'ল [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা [[অসম]]ৰ শেহৰজন ছহীদ । [[গোলাঘাট]] জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰি আলিত জন্ম গ্ৰহণ কৰা কোঁৱৰে হাইস্কুলীয়া অৱস্থাতে আন্দোলনত নামি স্কুল ত্যাগ কৰে । ১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি বালিজান বাগিচাত সোমায় । স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰা বাগিচাৰ কাম ত্যাগ কৰে সামাজিক কাম কৰাৰ স্বাৰ্থত । গোলাঘাট জিলা [[কংগ্ৰেছ]]ৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল । কিন্তু সৰুপথাৰৰ ৰেল দুৰ্ঘটনা ঘটোৱা দলৰ দলপতি বুলি তেওঁক ১৯৪২ ৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয় । ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক ফাঁচী দিয়া হয় ।
| name=
| birth_date=১৯০৫ চন
| birth_place= {{flagicon|IND}} [[গোলাঘাট]], [[অসম]]
| image=Kushal konwar.jpg
| caption=কুশল কোঁৱৰ
|death_date= ১৫ জুন, ১৯৪৩ চন
| known_for = ভাৰতৰ স্বাধীনতা সংগ্রামৰ অন্যতম শ্বহীদ
|nationality=
}}'''কুশল কোঁৱৰ''' হ'ল [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা [[অসম]]ৰ শেষৰজন শ্বহীদ ।
 
==জন্ম তথা প্রাৰম্ভিক জীৱন==
১৯০৫ চনত অসমৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিআলিৰ এখন মধ্যবিত্ত পৰিয়ালত কুশল কোৱৰৰ জন্ম হয়। পিতৃ সোণাৰাম কোৱঁৰ আৰু মাতৃ কনকেশ্বৰী কোৱঁৰ।
 
১৯১৮ চনত প্রাথমিক শিক্ষা শেষ কৰি কুশল কোৱঁৰে গোলাঘাটৰ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। ১৯১৯ চনৰ [[জালিয়ানাৱালা বাগ]] হত্যাকাণ্ড আৰু তাৰেই ফলত সমগ্র ভাৰতবৰ্ষতে সৃষ্টি হোৱা বিদ্রোহ আৰু [[মহাত্মা গান্ধী]]ৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ প্রভাৱ অসমতো যথেষ্ট পৰিমানে পৰিছিল। ১৯২১ চনত কুশল কোৱঁৰে আন বহুতো অসমীয়া ডেকা গাভৰু তথা স্কুলীয়া বিদ্যাৰ্থীৰ দৰে বিদ্যালয় ত্যাগ কৰি এই আন্দোলনত জপিয়াই পৰে।সেইসময়ত কোৱঁৰৰ বয়স আছিল ১৭ বছৰ।
সেইসময়তে অৰ্থনৈতিক দুৰৱস্থাৰ বাবে কুশল কোৱঁৰৰ দেউতাকে পৈত্ৰিক সম্পত্তি বিক্ৰি কৰি বালিজানৰ পৰা ৰেংমাই লৈ গুচি আহে।
 
১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি ১৯২৭ চনৰ ১৭ জুনত বালিজান চাহবাগিচাত বাগিচা পৰিদৰ্শক হিচাপে সোমায় আৰু এই বাগিচাতেই ১৯৩৬ চনলৈ কাৰ্য্যনিৰ্বাহ কৰে।
 
১৯২৯ চনত কুশল কোৱঁৰে জনৈক প্রেমানন্দ দুৱৰাৰ জীয়ৰী প্ৰভাৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।
 
==ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামত কুশল কোৱঁৰ==
'''কুশল কোঁৱৰ''' হ'ল [[ভাৰতৰ স্বাধীনতা আন্দোলন]]ত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা [[অসম]]ৰ শেহৰজন ছহীদ । [[গোলাঘাট]] জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰি আলিত জন্ম গ্ৰহণ কৰা কোঁৱৰে হাইস্কুলীয়া অৱস্থাতে আন্দোলনত নামি স্কুল ত্যাগ কৰে । ১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি বালিজান বাগিচাত সোমায় । স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰা বাগিচাৰ কাম ত্যাগ কৰে সামাজিক কাম কৰাৰ স্বাৰ্থত । গোলাঘাট জিলা [[কংগ্ৰেছ]]ৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দোলনত সদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল । কিন্তু সৰুপথাৰৰ ৰেল দুৰ্ঘটনা ঘটোৱা দলৰ দলপতি বুলি তেওঁক ১৯৪২ ৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয় । ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক ফাঁচী দিয়া হয় ।
==মৃত্যু==
১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক ফাঁচী দিয়া হয় ।
 
==তথ্যসুত্র==
* [http://www.atributetosankaradeva.org/Kushal.pdf]
[[শ্ৰেণী:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[শ্ৰেণী:জীৱনী]]