মহিলাৰ বিৰুদ্ধে হিংসা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
31 নং শাৰী:
:* {{cite journal | last1 = Krug | first1 = Etienne G. | last2 = Dahlberg | first2 = Linda L. | last3 = Mercy | first3 = James A. | last4 = Zwi | first4 = Anthony B. | last5 = Lozano | first5 = Rafael | title = The world report on violence and health | journal = [[The Lancet]] | volume = 360 | issue = 9339 | pages = 1083&ndash;1088 | publisher = [[Elsevier]] | pmid = 12384003 | doi = 10.1016/S0140-6736(02)11133-0 | date = 5 October 2002 | s2cid = 20828803 | url = http://www.revistabiomedica.org/index.php/biomedica/article/view/1182 }}</ref> ৰাষ্ট্ৰসংঘই মহিলাৰ বিৰুদ্ধে হিংসা দূৰ কৰাৰ পদক্ষেপসমূহক সমৰ্থন কৰিবলৈ ট্ৰাষ্ট ফাণ্ডো সৃষ্টি কৰিছিল।<ref name="Fried">{{cite journal | last =Fried | first = Susana T. | title = Violence against women | journal = [[Health and Human Rights|Health and Human Rights Journal]] | volume = 6 | issue = 2 | pages = 88&ndash;111 | publisher = [[Harvard University Press]] | doi = 10.2307/4065431 | jstor = 4065431 | date = 2003 }} [https://cdn2.sph.harvard.edu/wp-content/uploads/sites/125/2014/04/6-Fried.pdf Pdf.]</ref>
* ১৯৯৯ চনত, ৰাষ্ট্ৰসংঘই মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণসন্মিলনৰ বৈকল্পিক প্ৰটোকল গ্ৰহণ কৰে আৰু ২৫ নৱেম্বৰক মহিলাৰ বিৰুদ্ধে হিংসা দূৰীকৰণৰ বাবে আন্তৰ্জাতিক দিৱস হিচাপে মনোনীত কৰে<ref name="WHO World Report on violence and health" />
* ২০০২ চনত, হিংসাক এক মুখ্য ৰাজহুৱা স্বাস্থ্য সমস্যা হিচাপে ঘোষণা কৰি বিশ্ব স্বাস্থ্য সংস্থাই হিংসা আৰু স্বাস্থ্যৰ ওপৰত প্ৰথম বিশ্ব প্ৰতিবেদন প্ৰকাশ কৰিছিল, য'ত বহু প্ৰকাৰৰ হিংসা আৰু সেইবোৰৰ স্বাস্থ্যৰ ওপৰত হোৱা প্ৰভাৱ অন্তৰভুক্ত আছিল। ইয়াৰ ভিতৰত আছিল মহিলাসকলক বিশেষকৈ প্ৰভাৱিত কৰা হিংসাৰ ।হিংসা। প্ৰতিবেদনখনত বিশেষভাৱে ১৯৭০ ৰ দশকৰ পৰা ১৯৯০ ৰ দশকলৈ মহিলাৰ বিৰুদ্ধে লিংগ-আধাৰিত হিংসাৰ সঁহাৰি দিয়াৰ বাবে সমাজ সংগঠন আৰু সহায় কাৰ্য্য বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছিল।<ref name="WHO Multicountry Study" />
 
==তথ্য সংগ্ৰহ==