দিগন্ত ওজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
23 নং শাৰী:
| subject =
| movement =
| notableworks = অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন
| notableworks =
| notableworks = প্ৰথম মহাসমৰ, অসম আন্দোলনৰ তথ্যকোষ (সম্পা.)
| partner =
36 নং শাৰী:
}}
 
'''দিগন্ত ওজা''' ({{lang-en|Diganta Oza}}) হৈছে এগৰাকী অসমীয়া সাংবাদিক, সম্পাদক, সাহিত্যিক। প্ৰথম‘অসমীয়া মহাসমৰসমাজ জীৱনৰ বিৱৰ্তন’, ‘প্ৰথম মহাসমৰ’ তেখেতৰ দ্বাৰা লিখা এখন প্ৰাসংগিক গ্ৰন্থ৷ সেইদৰে তেওঁ ‘[[অসম শিশু সাহিত্য কোষ]]’ৰ ৪১ টা খণ্ডৰ সহযোগী সম্পাদক আছিল আৰু তেখেতৰ নেতৃত্বতেই ‘[[অসম আন্দোলনৰ তথ্যকোষ]]’৬টা খণ্ডত প্ৰকাশ হৈছে৷<ref>https://northeastreview.wordpress.com/2013/03/01/diganta-oza/</ref> তেওঁ সম্প্ৰতি প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক৷
 
==জন্ম আৰু বংশ পৰিচয়==
43 নং শাৰী:
==শিক্ষা==
চাৰিআলি একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু বিশ্বনাথ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰি ওজাই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়৷
 
==কৰ্মজীৱন==
ছাত্ৰ অৱস্থাতেই ওজাই ১৯৯৩ চনত অসমীয়া দৈনিক কাকত ‘[[আজিৰ সংবাদ]]’ৰ (অধুনালুপ্ত ) নিবন্ধ সম্পাদকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ পৰৱৰ্তীকালত ‘[[আমাৰ অসম]]’ৰ উপ-বাৰ্তা সম্পাদক (১৯৯৭-২০০২) আৰু ‘[[জনসাধাৰণ]]’ৰ সহযোগী সম্পাদক (২০০৩-২০০৬)ৰ দায়িত্ব পালন কৰি ‘[[অসমীয়া প্ৰতিদিন]]’ত সহকাৰী সম্পাদকৰূপে ২০০৭ৰ জানুৱাৰীত যোগ দিয়ে৷ এমাহৰ পাছতে সেই কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘[[সাতসৰী]]’ৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ২০১৫ৰ মে’ মাহলৈ সেই পদতে থাকি আলোচনীখনক নতুন চিন্তাৰ বাৰ্তাবাহক কৰাত ভূমিকা লয়৷ ২০১৫ৰ জুন মাহত তেওঁ টেলিভিছন চেনেল [[প্ৰাগ নিউজ]]ত যোগ দিয়ে৷ তেওঁ সম্প্ৰতি প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক৷ দিগন্ত ওজা ১৯৯৬ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন সম্পূৰ্ণ কিতাপ বিষয়ক আলোচনী ‘গ্ৰন্থ’ৰো আছিল সম্পাদক আৰু প্ৰকাশক৷
 
==সাহিত্যৰাজি==