দিগন্ত ওজা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
36 নং শাৰী:
}}
 
'''দিগন্ত ওজা''' ({{lang-en|Diganta Oza}}) হৈছে এগৰাকী অসমীয়া সাংবাদিক, সম্পাদক, সাহিত্যিক। ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’, ‘প্ৰথম মহাসমৰ’ তেখেতৰ দ্বাৰা লিখা এখনদুখন অন্যতম প্ৰাসংগিক গ্ৰন্থ৷ সেইদৰে তেওঁতেখেত ‘[[অসম শিশু সাহিত্য কোষ]]’ৰ ৪১ টা খণ্ডৰ সহযোগী সম্পাদক আছিল আৰু তেখেতৰ নেতৃত্বতেই ‘[[অসম আন্দোলনৰ তথ্যকোষ]]’৬টা খণ্ডত প্ৰকাশ হৈছে৷<ref>https://northeastreview.wordpress.com/2013/03/01/diganta-oza/</ref> তেওঁ সম্প্ৰতি ওজা [[প্ৰাগ নিউজৰনিউজ]]ৰ মুখ্য কাৰ্যবাহী সম্পাদক৷
 
==জন্ম আৰু বংশ পৰিচয়==