জয়া সেনাপতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{সম্পাদনা দ্বন্দ}}
{{infobox writer
| name = জয়া সেনাপতি
| image =
| imagesize = 200px
8 নং শাৰী:
| pseudonym =
| birth_name =
| Parents_name = দীননাথ হাজৰিকা, ৰত্নপ্ৰভা হাজৰিকা
| Parents_name =
| birth_date = {{birth date|-|-১১|-১৯৫০}}
| birth_place = [[অসম]]
| death_date =
37 নং শাৰী:

'''জয়া সোনাপতি''' ({{lang-en|..............Joya Senapati}}) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘অসম লেখিকা সংস্থা’ৰ সম্পাদক আছিল৷ সেইদৰে অসম লেখিকা সংস্থাৰ সম্পাদকনাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>
বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সংস্থাৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেখেত লখিমপুৰ জিলাৰ এগৰাকী আগশাৰীৰ সমাজ-সাহিত্য সংগঠক৷<ref>সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, প্ৰথম প্ৰকাশ, ২০১৮, গুৱাহাটী, পৃষ্ঠা-৫৩ </ref>

==জন্ম আৰু বংশ পৰিচয়==
তেখেতৰ পিতৃৰ নাম দীননাথ হাজৰিকা আৰু মাতৃৰ নাম ৰত্নপ্ৰভা হাজৰিকা৷

==শিক্ষা==
তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে লথৌ বুনিয়াদী বিদ্যালয়ৰপৰা৷ পৰৱৰ্তী সময়ত উত্তৰ লখিমপুৰ বালিকা উচচ ইংৰাজী বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ উত্তৰ লখিমপুৰ কলেজত অসমীয়া বিষয়ত স্নাতক শিক্ষা গ্ৰহণ কৰে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰে৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

==চাকৰি জীৱন==
তেখেতে নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল৷

==সাহিত্যৰাজি==
===প্ৰবন্ধ সংকলন===
*প্ৰবন্ধ সুষমা,২০১৭

===কবিতা পুথি===
*তামৰঙী আকাশ, ২০০৬২০০৫

===সম্পাদিত গ্ৰন্থ===
*অসমীয়া লোকসাহিত্য আৰু লোককলা

*জনমানসত ফকৰা-যোঁজনা,

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, ২০১৮

===সামাজিক অৱদান===
ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগে তেখেতৰ কেইবাটিও কথিকা প্ৰচাৰিত হয়৷ অসমৰ বিভন্ন আলোচনী, বাতৰি-কাকত আদিত তেখেতৰ গল্প, কবিতা, প্ৰবন্ধ আদি প্ৰকাশিত হৈছে৷ তেখেত সদৌ অসম লেখিকা সংস্থাৰ কাযনিৰ্বাহক সদস্য হিচাপে থকাৰ উপৰি উপ-সভানেত্ৰী হিচাপেও কাম কৰি আছে৷ সেইদৰে তেখেত অসম সাহিত্য সভাৰ আজীৱন সদস্য, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য, লখিমপুৰ জিলা জেষ্ঠ্য নাগৰিক সংস্থাৰ আজীৱন সদস্য হিচাপে বিভিন্ন সংস্থা, সমিতিৰ সৈতে জড়িত৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

==বঁটা আৰু সন্মান==
সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে দিয়া ‘স্বৰ্ণলতা হাজৰিকা স্মৃতি’ প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ৷

ভাৰতীয় দলিত সাহিত্য অকাডেমী নিউ দিল্লীৰপৰা ‘বীৰাঙ্গনা সাৱিত্ৰী বাইফুলে’ ৰাষ্ট্ৰীয় বঁটা লাভ৷ <ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

সু-সংগঠক বঁটা, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতি৷

সাহিত্য ৰত্ন বঁটা, সাহিত্য-সংস্কৃতি সোৱামঞ্চ, অসম৷

সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০১৯৷

Consumer choice Awards by Consumer Rights Organisation, Assam

নাওবৈচা শাখা লেখিকা সমাৰোহৰ দ্বাৰা ‘প্ৰেৰণা দায়িনী’ উপাধি প্ৰদান৷

== তথ্যসূত্ৰ ==