ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

110 নং শাৰী:
 
==সুবিধাসমূহ==
===লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ===
এইয়া হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ নাম। চাৰিমহলীয়া এই গ্ৰন্থাগাৰটোৱে প্ৰায় ৩৩৫৭০ বৰ্গফুট কালি অধিকাৰ কৰি আছে। এই গ্ৰন্থাগাৰত বিভিন্ন বিষয়ৰ গ্ৰন্থৰ লগতে আলোচনী, পত্ৰিকা, বাতৰি কাগজ আদি ৰখা হয়। তদুপৰি বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা বিভিন্ন গৱেষকৰ গৱেষণা-পত্ৰসমূহো ইয়াত এটা সূকীয়া সংগ্ৰহ হিচাপে ৰখা হৈছে। বৰ্তমান গ্ৰন্থাগাৰটোৰ গ্ৰন্থ ব্যৱস্থাপনা আৰু আদান-প্ৰদান সূবিধাসমূহ সম্পূৰ্ণৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত। ২০০৪ চনৰ পহিলা জানুৱাৰীৰ পৰা গ্ৰন্থাগাৰটোত ইণ্টাৰনে'টৰ জৰিয়তে প্ৰায় ৪৭০০ ই-পত্ৰিকা পঢ়াৰ সুবিধা কৰা হৈছে।
 
==ছাত্ৰাবাস==