ডিমেন্‌চিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
লক্ষণবোৰ কেইবাটাও পৰ্যায়ত ধাৰাবাহিকভাৱে হোৱা দেখা যায়।<ref>Bathini P, Brai E, Auber LA (November 2019). "Olfactory dysfunction in the pathophysiological continuum of dementia" (PDF). Ageing Research Reviews. 55: 100956. doi:10.1016/j.arr.2019.100956. PMID 31479764. S2CID 201742825.</ref> যেতিয়া এজন ব্যক্তিৰ বয়সবৃদ্ধিৰ ফলত সচৰাচৰ হোৱা মানসিক কাৰ্যকলাপ আৰু স্মৃতিশক্তিৰ পৰিৱৰ্তন প্ৰয়োজনকৈ অধিক হ্ৰাস পায়, তেতিয়া ডিমেন্‌চিয়া ৰোগ নিৰ্ণয় হয়।<ref name="Memory Loss">{{cite book | first1 = Andrew | last1 = Budson | first2 = Paul | last2 = Solomon | name-list-style = vanc |title=Memory loss : a practical guide for clinicians|year=2011|publisher=Elsevier Saunders|location=[Edinburgh?]|isbn=978-1-4160-3597-8|url=https://books.google.com/books?id=48HAK0HOF6cC&pg=PR10}}</ref> স্মৃতিশক্তি, চিন্তা আৰু আচৰণৰ বিকাৰ ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ ফলত এজন ব্যক্তিৰ দৈনন্দিন কাৰ্যকলাপ সম্পাদন আৰু সম্পাদন কৰাৰ সামৰ্থ্য নেতিবাচকভাৱে প্ৰভাৱিত হয়। স্মৃতিশক্তিৰ দুৰ্বলতা আৰু চিন্তাৰ প্ৰকাৰত ব্যাঘাতৰ উপৰিও, আন লক্ষণবোৰৰ ভিতৰত আছে আৱেগিক সমস্যা, ভাষাৰ ব্যৱহাৰত অসুবিধা, আৰু অনুপ্ৰেৰণা হ্ৰাস।<ref>Masters, Colin L.; Bateman, Randall; Blennow, Kaj; Rowe, Christopher C.; Sperling, Reisa A.; Cummings, Jeffrey L. (2015-10-15). "Alzheimer's disease". Nature Reviews Disease Primers. 1: 15056. doi:10.1038/nrdp.2015.56. PMID 27188934. S2CID 20844163</ref>
 
৬৫ বছৰ বয়সৰ আগতে ডিমেন্‌চিয়া আৰম্ভ হোৱা কম দেখা যায় যদিও কিছুমান লোকৰ আগতীয়াকৈ ডিমেন্‌চিয়াৰ লক্ষনেলক্ষণে দেখা দিব পাৰে। কিয় এনে হয় সেই বিষয়ে সামান্য গৱেষণাহে হৈছে। আগতীয়াকৈ আৰম্ভ হোৱা ডিমেনচিয়াক আৰলী অনছেট ডিমেন্‌চিয়া (ই.ও.ডি.) বা "প্ৰেচেনাইল ডিমেনচিয়া" বুলি কোৱা হয়। <ref> Vieira, Renata Teles; Caixeta, Leonardo; Machado, Sergio; Silva, Adriana Cardoso; Nardi, Antonio Egidio; Arias-Carrión, Oscar; Carta, Mauro Giovanni (2013-06-14). "Epidemiology of early-onset dementia: a review of the literature". Clinical Practice and Epidemiology in Mental Health : CP & EMH. 9: 88–95. doi:10.2174/1745017901309010088. ISSN 1745-0179. PMC 3715758. PMID 23878613.</ref> জিনৰ পৰিৱৰ্তন ফলতো এই ৰোগ বহু তৰুণ বয়সত, প্ৰায় 45 বছৰ বয়সত বিকাশ হʼব পাৰে। ইয়াক আগতীয়াকৈ আৰম্ভ হোৱা আলঝেইমাৰ বুলি কোৱা হয়। <ref>Masters, Colin L.; Bateman, Randall; Blennow, Kaj; Rowe, Christopher C.; Sperling, Reisa A.; Cummings, Jeffrey L. (2015-10-15). "Alzheimer's disease". Nature Reviews Disease Primers. 1: 15056. doi:10.1038/nrdp.2015.56. PMID 27188934. S2CID 20844163.</ref> বিশ্বব্যাপী ২০১৫ চনত ডিমেনচিয়াৰ ব্যয় ৮১৮ বিলিয়ন আমেৰিকান ডলাৰ ৰখা হৈছিল। স্মৃতিশক্তি হ্ৰাস হোৱাৰ বাবে, এই লোকসকলক প্ৰায়ে কঠোৰ ভাৱে নিয়ন্ত্ৰণ কৰি ৰখা হয়।তেওঁলোককহয়। তেওঁলোকক প্ৰায়ে শাৰীৰিক বা ৰাসায়নিক উপায়েৰে প্ৰয়োজনতকৈ অধিক পৰিমাণে সংযত কৰি ৰখা হয়। যাৰ ফলত মানৱ অধিকাৰৰ সমস্যা উত্থাপন হোৱা দেখা যায়। প্ৰভাৱিত লোকসকলৰ বিৰুদ্ধে সামাজিক কলঙ্ক সচৰাচৰ দেখা যায়।
 
==তথ্যসূত্ৰ==