জৰ্জ ছান্তায়ানা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
37 নং শাৰী:
}}
 
'''অনুপমা বসুমতাৰী''' ({{lang-en|Anupama Basumotary}}) হৈছে অসমৰবিশ্ব এগৰাকী লেখক,সাহিত্যিকসাহিত্য আৰু কবি।দৰ্শন শাস্ত্ৰত জৰ্জ ছান্তায়ানা এক পৰম বিষ্ময়
 
==জন্ম আৰু বংশ পৰিচয়==
এক স্পনিচ পৰিয়ালত ১৮৬৩ চনৰ ডিচেম্বৰ মাহত মাদ্ৰিদ চহৰৰ জৰ্জ ছান্তায়ানাৰ জন্ম হয়। জন্মত আছিল তেওঁ কেথুলিক আৰু স্পেনিচ । শিক্ষাত আছিল সংস্কাৰ বাদী আৰু আমেৰিকান। এজন আধা আমেৰিকান বুলি খ্যাত ছান্তায়ানাই কিন্তু জীৱনৰ শেষ দিনলৈ স্পেইন দেশীয় নাগৰিকত্বৰ চিনাকি কঢ়িয়াই লৈ ফুৰিছিল । প্ৰকৃততে আমেৰিকাৰ সৈতে তেঁওৰ দুই ফালৰ পৰা তেজৰ সম্বন্ধ আছিল। তেওঁৰ সতিয়া ভাই ভনী বোৰেই কেৱল আমেৰিকান নাছিল।মাকৰ ফালৰ ককাক স্পেইন পৰা ক্ৰমশ স্কটলেণ্ড হৈ আহি আমেৰিকাৰ ভাৰ্জিনিয়াত নিগাজিকৈ থাকিবলৈ লৈছিল । ভাৰ্জিনিয়াতে মাকৰ শৈশৱ কাল পাৰ হৈছিল। দুটা বিভক্ত পৰিয়ালৰ কৰুণ স্মৃতিৰে জৰ্জৰ শৈশৱকাল বিজড়িত।
১৯৬০ চনৰ ৫ জুলাই তাৰিখে গোৱালপাৰা জিলা দৰংগিৰি অঞ্চলত অনুপমা বসুমতাৰী জন্ম হয়।
 
==শিক্ষা==
জৰ্জে বোষ্টেনতে প্ৰথমে বোষ্টেন লেটিন স্কুলত তেওঁ ইংলিছ ভাষাবেছ আয়ত্ত কৰিলে আৰু উচ্চ নম্বৰ লৈ হাভাৰ্ডত ভৰ্তি হয় ।কিন্তু বুষ্টেন চহৰে তেওঁক খুব ভয় খুৱাইছিল , অকলশৰীয়া কৰি তুলিছিল আৰু নিৰাপত্তহীনতাত ভোগাইছিল , অভিজাত মানুহখিনিৰ মাজত নিজক কিবা এক ভুচুং পহু বুলি অনুভৱ কৰিব ধৰিলে ।এই অবিমিশ্ৰ প্ৰতিক্ৰিয়াশীল তেওঁৰ লিখনিত ধৰা দিলে- ধৰ্মীয় সংস্কাৰ বাদৰ ,উদাৰতাৰ আৰু বাণিজ্য বাদ,ভদ্ৰ ঐতিহ্যবাদ আৰু নৈতিকতা বাদ বিৰুদ্ধে সুতিব্ৰ প্ৰতিবাদী ওকালতি হিচাপে _।
দৰংগিৰি হাইষ্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
 
==চাকৰি জীৱন==
ভাৰতীয় জীৱন বীমা নিমগৰ এগৰাকী চাকৰিয়াল।
 
==সাহিত্যৰাজি==
১৮৮০ চনৰ হাৰ্ভাদৰ বৌদ্ধিক পৰিমণ্ডলত এক আন্দোলিত হিল্লোল তোলা বিষয়বস্তু আছিল " পিউৰিটানিজম' বা শুচিবায়ুগ্ৰস্ত ধৰ্মীয় সংস্কাৰ বাদৰ বিপৰীতে এক উদৰ আৰু বৈজ্ঞানিক "প্ৰগেমেটিজম" সৃষ্টি কৰা। তাৰেই ফল হল ছান্তায়ানাৰ মনোৰম উপন্যাস "দ্য লাষ্ট পিউৰিটান ।" ১৮৯৯ চনত হাৰ্ভাদৰ পৰা তেওঁ দৰ্শনত ডক্তৰেট উপাধি লয় আৰু এজন শিক্ষক হিচাপে তাত থাকিবলৈ লয় । শেষলৈ তেওঁ এজন অধ্যাপকলৈ পদোন্নতি হয় ।ইয়াৰ আগতে তেওঁ চাৰ্লচ আগষ্টাছ ষ্টঙৰ সৈতে যুটীয়াভাৱে "ৱাকৰ বৃত্তি" লাভ কৰিবলৈ সক্ষম হয় ।১৯৩৬ চনত তেঁওৰ উপন্যাস "দ্য লাষ্ট পিউৰিটান " প্ৰকাশিত হয়। ১৯৪৪ ৰ পৰা ১৯৫৩ লৈ প্ৰকাশিত হয় তিনিটা খণ্ডত লিখিত আত্মজীৱনী " পাছ্নছ এণ্ড প্লে চেজ"।১৯০৩ ৰ পৰা ১৯০৬ লৈ প্ৰকাশিত হয় " লাইফ অৱ ৰিজন ।"১৯২৭ ৰ পৰা ১৯৪০ ৰ ভিতৰত প্ৰকাশিত হয় " ৰিলমচ অৱ বিং"। জীৱন কালত তেওঁ সৰু বৰ প্ৰায় পঁচিশ খন গন্থ প্ৰণয়ন কৰিছিল ।
===কবিতাপুথি===
*ৰূপালী ৰাতিৰ গীত। (১৯৯৪)
*অনুভবৰ বিষণ্ণ প্ৰান্তৰ। (১৯৯৯)
* দুখ আৰু প্ৰেমৰ মোহনাত। (২০০১)
* শীতৰ ৰাতি অনুৰাগ। (অনূদিত,২০০৫)
* ফাগুনৰ দুখৰ গধূলী। (২০০৭)
* তোমাৰ শুভকামনাৰে। (২০০৮)
* চিয়াং সীমান্তত বতাহৰ অকেষ্টা। (২০১১)
* প্ৰেমৰ ইম্প্ৰেছনিষ্ট লেণ্ডস্কেপ। (২০১৩)
* বলুকাত মৰমৰ সাগৰ। (২০১৩)
* মই প্ৰায়ে ঋতুৰ সৈতে আলাপ কৰো। (২০১৪)
 
===ভ্ৰমণমূলক গ্ৰন্থ===
*চীনদেশৰ মধুৰ স্মৃতি সোৱৰি(২০১১)
*ব্ৰিটেইনলৈ এক আন্তৰিক যাত্ৰা(২০১৩)
 
==বঁটা আৰু সন্মান==
কাব্যকৃতিৰ স্বীকৃতি হিচাপে তেওঁ ভাৰতীয় ভাষা পৰিষদৰ পৰা ঈশান সন্মান আৰু গিৰিৱালা চৌধুৰী স্মাৰক ন্যাস সাহিত্য বঁটা লাভ কৰে।
 
==মৃত্যু==
== তথ্যসূত্ৰ ==
১৯৫২ চনত জীৱনৰ শেষ আশ্ৰয়থল ৰোম - নগৰীত জৰ্জ ছান্তায়ানাৰ জীৱন নাটৰ শেষ যৱনিকা পৰে ।
{{reflist}}