তুলিকা শইকীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
37 নং শাৰী:
}}
 
'''তুলিকা শইকীয়া''' ({{lang-en|....}}) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে ৷
 
==জন্ম আৰু বংশ পৰিচয়==
তেখেতৰ জন্ম গোলাঘাট জিলাৰ দেৰগাঁৱত ১৯৭৭ চনত৷ তেখেতৰ মৃত্যু হয় ২০১৯ চনৰ, ২৯ এপ্ৰিল তাৰিখে৷
 
 
==শিক্ষা==
তেখেতে পৰিসংখ্যা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে৷
 
==কৰ্মজীৱন==
কাকডোঙা তিনিআলি হাইস্কুলত শিক্ষকতা কৰিছিল।
 
==সাহিত্যৰাজি==
Line 50 ⟶ 53:
===উপন্যাস===
*চাৰিশাল গোসাঁনীৰ তেজ
*পৰজা অ' জৰৌৰৌআ
 
===গল্প সংকলন===
 
===সম্পাদনা===
 
==বঁটা আৰু সন্মান==