জৰ্জ ছান্তায়ানা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

43 নং শাৰী:
 
==শিক্ষা==
জৰ্জে বোষ্টেনতে প্ৰথমে বোষ্টেন লেটিন স্কুলত তেওঁ ইংলিছ ভাষাবেছ আয়ত্ত কৰিলে আৰু উচ্চ নম্বৰ লৈ হাভাৰ্ডত ভৰ্তি হয় ।কিন্তু বুষ্টেন চহৰে তেওঁক খুব ভয় খুৱাইছিল , অকলশৰীয়া কৰি তুলিছিল আৰু নিৰাপত্তহীনতাত ভোগাইছিল , অভিজাত মানুহখিনিৰ মাজত নিজক কিবা এক ভুচুং পহু বুলি অনুভৱ কৰিব ধৰিলে ।এই অবিমিশ্ৰ প্ৰতিক্ৰিয়াশীল তেওঁৰ লিখনিত ধৰা দিলে- ধৰ্মীয় সংস্কাৰ বাদৰ ,উদাৰতাৰ আৰু বাণিজ্য বাদ,ভদ্ৰ ঐতিহ্যবাদ আৰু নৈতিকতা বাদ বিৰুদ্ধে সুতিব্ৰ প্ৰতিবাদী ওকালতি হিচাপেহিচাপে।<ref>তথ্য-সংগ্ৰহ = বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি _।
জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==সাহিত্যৰাজি==