জৰ্জ ছান্তায়ানা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: মেনুৱেল ৰিভাৰ্ট
No edit summary
36 নং শাৰী:
}}
 
'''জৰ্জ ছান্তায়ানা''' ({{ইংৰাজী|George Santayana}}) হৈছে বিশ্ব সাহিত্য আৰু দৰ্শন শাস্ত্ৰত জৰ্জ ছান্তায়ানা এক পৰম বিষ্ময়বিষ্ময়।
 
==জন্ম আৰু বংশ পৰিচয়==
এক স্পনিচ পৰিয়ালত ১৮৬৩ চনৰ ডিচেম্বৰ মাহত মাদ্ৰিদ চহৰৰ জৰ্জ ছান্তায়ানাৰ জন্ম হয়। জন্মত আছিল তেওঁ কেথুলিক আৰু স্পেনিচ ।স্পেনিচ। শিক্ষাত আছিল সংস্কাৰ বাদী আৰু আমেৰিকান। এজন আধা আমেৰিকান বুলি খ্যাত ছান্তায়ানাই কিন্তু জীৱনৰ শেষ দিনলৈ স্পেইন দেশীয় নাগৰিকত্বৰ চিনাকি কঢ়িয়াই লৈ ফুৰিছিল ।ফুৰিছিল। প্ৰকৃততে আমেৰিকাৰ সৈতে তেঁওৰতেওঁৰ দুই ফালৰ পৰা তেজৰ সম্বন্ধ আছিল। তেওঁৰ সতিয়া ভাই ভনী বোৰেই কেৱল আমেৰিকান নাছিল।মাকৰনাছিল। মাকৰ ফালৰ ককাক স্পেইন পৰা ক্ৰমশ স্কটলেণ্ড হৈ আহি আমেৰিকাৰ ভাৰ্জিনিয়াত নিগাজিকৈ থাকিবলৈ লৈছিল ।লৈছিল। ভাৰ্জিনিয়াতে মাকৰ শৈশৱ কাল পাৰ হৈছিল। দুটা বিভক্ত পৰিয়ালৰ কৰুণ স্মৃতিৰে জৰ্জৰ শৈশৱকাল বিজড়িত।<ref>বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ, ২০০২</ref>
জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==শিক্ষা==
জৰ্জে বোষ্টেনতে প্ৰথমে বোষ্টেন লেটিন স্কুলত তেওঁ ইংলিছ ভাষাবেছ আয়ত্ত কৰিলে আৰু উচ্চ নম্বৰ লৈ হাভাৰ্ডত ভৰ্তি হয়হয়। ।কিন্তুকিন্তু বুষ্টেন চহৰে তেওঁক খুব ভয় খুৱাইছিল , অকলশৰীয়া কৰি তুলিছিল আৰু নিৰাপত্তহীনতাত ভোগাইছিল , অভিজাত মানুহখিনিৰ মাজত নিজক কিবা এক ভুচুং পহু বুলি অনুভৱ কৰিব ধৰিলেধৰিলে। ।এইএই অবিমিশ্ৰ প্ৰতিক্ৰিয়াশীল তেওঁৰ লিখনিত ধৰা দিলে- ধৰ্মীয় সংস্কাৰ বাদৰ ,উদাৰতাৰ আৰু বাণিজ্য বাদ,ভদ্ৰ ঐতিহ্যবাদ আৰু নৈতিকতা বাদ বিৰুদ্ধে সুতিব্ৰসুতীব্ৰ প্ৰতিবাদী ওকালতি হিচাপে।<ref>বিশ্বসাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ, ২০০২</ref>
জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==সাহিত্যৰাজি==
১৮৮০ চনৰ হাৰ্ভাদৰ বৌদ্ধিক পৰিমণ্ডলত এক আন্দোলিত হিল্লোল তোলা বিষয়বস্তু আছিল " পিউৰিটানিজম' বা শুচিবায়ুগ্ৰস্ত ধৰ্মীয় সংস্কাৰ বাদৰ বিপৰীতে এক উদৰ আৰু বৈজ্ঞানিক "প্ৰগেমেটিজম" সৃষ্টি কৰা। তাৰেই ফল হল ছান্তায়ানাৰ মনোৰম উপন্যাস "দ্য লাষ্ট পিউৰিটান ।পিউৰিটান।" ১৮৯৯ চনত হাৰ্ভাদৰ পৰা তেওঁ দৰ্শনত ডক্তৰেট উপাধি লয় আৰু এজন শিক্ষক হিচাপে তাত থাকিবলৈ লয় ।লয়। শেষলৈ তেওঁ এজন অধ্যাপকলৈ পদোন্নতি হয়হয়। ।ইয়াৰইয়াৰ আগতে তেওঁ চাৰ্লচ আগষ্টাছ ষ্টঙৰ সৈতে যুটীয়াভাৱে "ৱাকৰ বৃত্তি" লাভ কৰিবলৈ সক্ষম হয়হয়। ।১৯৩৬১৯৩৬ চনত তেঁওৰতেওঁৰ উপন্যাস "দ্য লাষ্ট পিউৰিটান " প্ৰকাশিত হয়। ১৯৪৪ ৰ পৰা ১৯৫৩ লৈ প্ৰকাশিত হয় তিনিটা খণ্ডত লিখিত আত্মজীৱনী " পাছ্নছ এণ্ড প্লে চেজচেজ।"।১৯০৩ ১৯০৩ ৰ পৰা ১৯০৬ লৈ প্ৰকাশিত হয় " লাইফ অৱ ৰিজন ।ৰিজন।" ১৯২৭ ৰ পৰা ১৯৪০ ৰ ভিতৰত প্ৰকাশিত হয় " ৰিলমচ অৱ বিংবিং।" জীৱন কালত তেওঁ সৰু বৰ প্ৰায় পঁচিশ খনপঁচিশখন গন্থ প্ৰণয়ন কৰিছিল ।কৰিছিল।<ref>বিশ্ব সাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==মৃত্যু==
১৯৫২ চনত জীৱনৰ শেষ আশ্ৰয়থল ৰোম - নগৰীত জৰ্জ ছান্তায়ানাৰ জীৱন নাটৰ শেষ যৱনিকা পৰেপৰে। <ref>বিশ্বসাহিত্যত বৰেণ্য প্ৰতিভা : অনন্য সৃষ্টি জৰ্জ ছান্তায়ানা -(বিনন্দি ৰাম দাস)- প্ৰথম প্ৰকাশ : নৱেম্বৰ , ২০০২</ref>
 
==তথ্যসূত্ৰ==
==তথ্যসূত্র==