জন ডেল্টন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
 
== শিক্ষা ==
তেওঁ তেওঁৰ দেউতাকৰ পৰা আৰু ওচৰৰ পাৰ্ডশ্ব হল গাঁৱত এখন ব্যক্তিগত বিদ্যালয় চলাই থকা কোৱেকাৰজনকোৱেকাৰ জন ফ্লেচাৰৰ পৰা প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। ডাল্টনৰ পৰিয়াল দৰিদ্ৰ আছিল বাবে তেওঁক দীৰ্ঘদিন ধৰি সহায় কৰিব নোৱাৰিছিল আৰু তেওঁ দহ বছৰ বয়সৰ পৰা স্থানীয় ধনী ব্যক্তি কুৱেকাৰ এলিহু ৰবিনছনৰ সেৱাত জীৱিকা অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। এজন অন্ধ দাৰ্শনিকজনদাৰ্শনিক জন গফৰ অনানুষ্ঠানিক নিৰ্দেশনাৰ পৰা যথেষ্ট বৈজ্ঞানিক জ্ঞান আহৰণ কৰিছিল।<ref>https://en.m.wikipedia.org/wiki/John_Dalton</ref>
== চাকৰি জীৱন ==
"https://as.wikipedia.org/wiki/জন_ডেল্টন"ৰ পৰা অনা হৈছে