মুকুন্দ ৰাজবংশী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
8 নং শাৰী:
| birth_name =
| Parents_name =
| birth_date = {{birth date|01০১|11১১|1941১৯৪১}}
| birth_place = [[অসম]]
| death_date =
17 নং শাৰী:
| citizenship = ভাৰতীয়
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| education = অংকশাস্ত্ৰতগণিত বিষয়ত প্ৰি-পি. এইচ. ডি
| alma_mater =
| period =
36 নং শাৰী:
}}
 
'''ড° মুকুন্দ ৰাজবংশী ''' ({{lang-en|Dr.Mukunda Rajbongshi|}}) হৈছে এগৰাকী অসমীয়া লেখক৷ তেখেতৰ ঘৰ লখিমপুৰ জিলাত৷ ডঃ মুকুন্দ ৰাজবংশী উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। বৰ্তমান তেখেত জিনিয়াছ একাডেমীৰ পৰিচালন সম্পাদক হিচাপে কৰ্মৰত৷
 
==জন্ম আৰু বংশ পৰিচয়==
42 নং শাৰী:
 
==শিক্ষা==
ডঃ মুকুন্দ ৰাজবংশীদেৱে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিততগণিত বিষয়ত এম. এছ.চি. আৰু ১৯৮২ চনত হায়দৰাৱাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা গণিতশাস্ত্ৰগণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু "অসমীয়া ৰিচাৰ্চ" বিষয়ত পি.এইচ.ডি ডিগ্ৰী লাভ কৰে।<ref>"আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮</ref>
 
==চাকৰি জীৱন==
ডঃ মুকুন্দ ৰাজবংশীদেৱ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ গণিত বিষয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আছিল আৰু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ।বৰ্তমানঅধ্যক্ষ। বৰ্তমান তেওঁ উত্তৰ লখিমপুৰ অৱস্থিত জিনীয়াছজিনিয়াছ একাডেমি জুনিয়ৰ কলেজৰ পৰিচালন সম্পাদক।<ref>"আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮</ref>
 
==সাহিত্যকৰ্ম==
==সাহিত্যৰাজী==
"সফল জীৱনৰ অভিমুখে", "আধুনিক শিক্ষাৰ বালিচাপৰিত"," বিজ্ঞান সংস্কৃতি" আদি।<ref>"আধুনিক শিক্ষাৰ বালিচাপৰিত", লেখক: ডঃ মুকুন্দ ৰাজবংশী, প্ৰকাশ: ২০২১,পৃষ্ঠা:২৮</ref>
 
==তথ্যসূত্ৰ==
{{reflist}}
 
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]