জয়া সেনাপতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
36 নং শাৰী:

'''জয়া সোনাপতি''' ({{lang-en|Joya Senapati}}) হৈছে এগৰাকী অসমীয়া লেখিকা। তেখেত ‘ সদৌ অসম লেখিকা সমাৰোহ সমিতি’ৰ সম্পাদকউপ-সভানেত্ৰী (যুতীয়াভাৱে)হিচাপে আছিল৷কৰ্মৰত৷ সেইদৰে তেখেত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নাওবৈচা শাখা সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী আছিল৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref> বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেখেত [[লখিমপুৰ]] জিলাৰ এগৰাকী আগশাৰীৰ সমাজ-সাহিত্য সংগঠক৷<ref>সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, প্ৰথম প্ৰকাশ, ২০১৮, গুৱাহাটী, পৃষ্ঠা-৫৩ </ref>

==জন্ম আৰু বংশ পৰিচয়==
তেখেতৰ জন্ম হয় ১৯৫০ চনত৷ তেখেতৰ পিতৃৰ নাম দীননাথ হাজৰিকা আৰু মাতৃৰ নাম ৰত্নপ্ৰভা হাজৰিকা৷

==শিক্ষা==
তেখেতে প্ৰাথমিক শিক্ষা লাভ কৰে লথৌ বুনিয়াদী বিদ্যালয়ৰপৰা৷ পৰৱৰ্তী সময়ত উত্তৰ লখিমপুৰ বালিকা উচচ ইংৰাজী বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷ [[নৰ্থ লখিমপুৰ কলেজত পঢ়িছিল যদিও পৰৱৰ্তী সময়ত [[নাওৈবচা কলেজ]] অসমীয়া বিষয়তবিভাগৰপৰাহে স্নাতক শিক্ষা গ্ৰহণ কৰে আৰু [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰপৰা অসমীয়া বিষয়তে স্নাতকোত্তৰ শিক্ষা লাভ কৰে৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

==চাকৰি জীৱন==
52 নং শাৰী:

===কবিতা পুথি===
তামৰঙী আকাশ, ২০০৫২০০৬

===সম্পাদিত গ্ৰন্থ===
অসমীয়া লোকসাহিত্য আৰু লোককলা

জনমানসত ফকৰা-যোঁজনা, ২০১২

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্যৰ কোষ, ২০১৮

পৰম হিতৈষী, হিতৈষী আৰু আজীৱন সভ্যকোষ, ২০১৮
বীৰাঙ্গনা আলোচনী

===সামাজিক অৱদান===
তেখেত লথৌ মইনামেলৰ প্ৰথম সঞ্চালিকা আছিল৷ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগে তেখেতৰ কেইবাটিও কথিকা প্ৰচাৰিত হয়৷ অসমৰ বিভিন্ন আলোচনী, বাতৰি-কাকত আদিত তেখেতৰ গল্প, কবিতা, প্ৰবন্ধ আদি প্ৰকাশিত হৈছে৷ তেখেত সদৌ অসম লেখিকা সংস্থাৰ কাযনিৰ্বাহক সদস্য হিচাপে থকাৰ উপৰি উপ-সভানেত্ৰী হিচাপেও কাম কৰি আছে৷ সেইদৰে তেখেত অসম সাহিত্য সভাৰ আজীৱন সদস্য, হিতৈষী সদস্য, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য, লখিমপুৰ জিলা জেষ্ঠ্য নাগৰিক সংস্থাৰ আজীৱন সদস্য হিচাপে বিভিন্ন সংস্থা, সমিতিৰ সৈতে জড়িত৷<ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref> ‘সদৌ অসম লেখিকা সমাৰোহ’ অনুষ্ঠানটিৰ সৈতে তেখেত জন্মলগ্নৰেপৰাই জড়িত৷ সেইদৰে লখিমপুৰ জিলাৰ বিভিন্ন শাখা সমিতি গঠনত তেখেতৰ ভূমিকা আৰু নেতৃত্ব জড়িত হৈ আছে৷ তেখেত জড়িত হৈ থকা অনুষ্ঠানৰ ভিতৰত ফুলবাৰী শাখা, কমলাবৰীয়া শাখা, পিচলা শাখা, ডিক্ৰং শাখা, পথালিপাহাৰ শাখা, কজমকলি শাখা, গড়েহগা শাখা, মধ্য তেলাহী শাখা আৰু অসম অৰুনাচল সমন্বয় লেখিকা সমাৰোহ শাখা আদি অনুষ্ঠানৰ নাম উল্লেখযোগ্য৷

==বঁটা আৰু সন্মান==
সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে দিয়া ‘স্বৰ্ণলতা হাজৰিকা স্মৃতি’ প্ৰবন্ধ প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ৷

ভাৰতীয় দলিত সাহিত্য অকাডেমী নিউ দিল্লীৰপৰা ‘বীৰাঙ্গনা সাৱিত্ৰী বাইফুলে’ ৰাষ্ট্ৰীয় বঁটা লাভ৷ <ref>প্ৰবন্ধ সুষমা, প্ৰকাশক- দ্ৰোণ হাজৰিকা, বেটুপাত, ২০১৭</ref>

সু-সংগঠক বঁটা, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতি৷সমিতি

সু-সংগঠক বঁটা, অসম লেখিকা সমাৰোহ সমিতি, ২০২১

সাহিত্য ৰত্ন বঁটা, সাহিত্য-সংস্কৃতি সোৱামঞ্চ, অসম৷অসম

সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা-২০১৯৷২০১৯

Consumer choice Awards by Consumer Rights Organisation, Assam

নাওবৈচা শাখা লেখিকা সমাৰোহৰ দ্বাৰা ‘প্ৰেৰণা দায়িনী’ উপাধি প্ৰদান৷প্ৰদান

শঙ্কৰ-আজান বঁটা

== তথ্যসূত্ৰ ==