এটা দ্বীপ সাতটা কবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: Disambiguation links
No edit summary
22 নং শাৰী:
}}
 
'''এটা দ্বীপ সাতটা কবৰ''' [[ৰঞ্জু হাজৰিকা]]ই ৰচনা কৰা এখন জনপ্ৰিয় [[অসমীয়া উপন্যাস]]| এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ হৈছিল ২০০৩ চনত।
 
==লেখকৰ পৰিচয়==
ৰঞ্জু হাজৰিকাৰ জন্ম ২৪ জুলাই, ১৯৫২ চনত।তেওঁচনত। তেওঁ অসমৰ এজন লেখক। তেখেতৰ প্ৰকৃত নাম কুমুদ চন্দ্ৰ হাজৰিকা। শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰি হাজৰিকাই শৈশৱকাল কলিয়াবৰত পাৰ কৰে। মূলতঃ ভৌতিক আৰু থ্ৰিলাৰ কাহিনীৰ বাবে জনাজাত হাজৰিকাই কল্পবিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, জ্যোতিষ আদি বিষয়তো বহু গ্ৰন্থ লিখি উলিয়াইছে। ১৯৭৩ চনত প্ৰথম উপন্যাস প্ৰকাশ কৰাৰে পৰা বৰ্তমানলৈ তেখেতৰ প্ৰায় ৭৫০খন গ্ৰন্থ প্ৰকাশ পাইছে।
 
==কাহিনীৰ সাৰাংশ==