ডাণ্টে এলিগিয়েৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: মহাকবি ডান্টে = (ইংৰাজী:  Dantee) এগৰাকী বিখ্যাত প্ৰেমৰ কবি আছিল । জন্ম : -১২৬৫ ভাষা : -ইংৰাজী ৰাষ্টীয়তা :- ফ্লোৰেন্স =জন্ম আৰু বংশ পৰিচয় = ১২৬৫ চনৰ মে মাহত কোনো এক শুভদিনত ডান্টেৰ জন...
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
মহাকবি ডান্টে = (ইংৰাজী:  Dantee) এগৰাকী বিখ্যাত প্ৰেমৰ কবি আছিল ।
 
infobox writer
জন্ম : -১২৬৫
| name =মহাকবি ডান্টে
| image =
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| Parents_name =
| birth_date = {{১২৬৫ চনৰ মে মাহত}}
| birth_place = [ ফ্লোৰেন্স]]
| death_date = ১৩২১ চনৰ ১৪ ছেপ্টম্বৰত
| death_place =ভেনিচ
| occupation =
| nationality = [[]]
| ethnicity =
| citizenship =
| language = [[ইংৰাজী]]
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks =
| notableworks =
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards =
| signature =
| signature_alt =
| website =
}}
 
''মহাকবি ডান্টে ='' (ইংৰাজী:  Dantee{Dante})|..............}}) হৈছে এগৰাকী বিখ্যাত প্ৰেমৰৰোমান্টিক কবি আছিল
ভাষা : -ইংৰাজী
 
==জন্ম আৰু বংশ পৰিচয়==
ৰাষ্টীয়তা :- ফ্লোৰেন্স
=জন্ম আৰু বংশ পৰিচয় = ১২৬৫ চনৰ মে মাহত কোনো এক শুভদিনত ডান্টেৰ জন্ম হয়। মাকৰ নাম আছিল বেলা অলিঘিয়েৰি । দেউতাক তেওঁৰ নাম ৰাখিছিল ডুৰান্ট অলিঘিয়েৰি । ফ্লোৰান্সত থকা পৰিয়ালৰ এক সুন্দৰ ঐতিহ্য আছিল যদিও তেঁওৰ জন্ম সময়ত এই পৰিয়ালটো দৰিদ্যলৈ পৰ্যবসিত হৈছিল ।নিচেই সৰুতে তেওঁ মাকক হেৰুৱাইছিল তেতিয়াই তেওঁ দেউতাকে আন এজনী মাহী মাক লৈছিল ।এজন সতীয় ভাই আৰু দুজনী অৰ্ধ ভগ্নী লগত তেওঁৰ অসুখী জীৱন পাৰ হৈছিল।
 
==শিক্ষা কৰ্মজীৱন== 
= শিক্ষা কৰ্মজীৱন =  ফৰাচী বিশ্ব- কোষ "ট্ৰছ'ৰ" ক ইটালী বিশ্ব - কোষ " ট্ৰেছোৰেট্ৰো" লৈ  ত্ৰজমা কৰা স্কুলীয়া শিক্ষক ব্ৰুনেতো লেটিনৰ পৰা " মানুহে কেনেকৈ জীৱনত অমৰত্ব পাব পাৰে " শিকি জীৱনত তেওঁ প্ৰথম প্ৰেৰণা অনুভৱ কৰিছিল। কৈশোৰৰ আদৰ্শ কবি আছিল মহাকবি ভাৰ্জিল। ১২৮৭ চনত বোকাচি অই তেঁওক বুলন চহৰত লগ পাইছিল । লগে লগে তেওঁ অনুশীলন কৰিছিল বাস্তৱত প্ৰয়োজন হোৱা চিকাৰ, অসি চলন, সংগীত সুগম নেৰা নেপেৰা অনু -ধ্যান । বিশ্বাসী বন্ধু কেভালকেণ্টিৰ সহযোগত সংস্কৃতি শ্ৰেণীটোত সোমাই সেই কালৰ ভালেমান কবি শিল্পী সান্নিধ্যলৈ যোৱাৰ সুযোগ লাভ কৰিছিল। মাত্ৰ ন বছৰ বয়সতে ঘটিছিল পৃথিৱী বিখ্যাত সেই প্ৰেমৰ ঘটনাটো । প্ৰেমিকা আছিল সমবয়সীয়া ৰূপহী, ব্ৰিয়েট্ৰিচ। উৰফে "বাইচ" আছিল ফ্লোৰান্স চহৰৰ নেতৃস্থানীয় নাগৰিক ফলকো পৰ্টি নাৰীৰ জী। তেওঁ বাইছক অপ্ৰান প্ৰেম কৰিছিল যদিও তেওঁ বাইছক নিজৰ কৰিব নোৱাৰিলে । সেইয়ে তেওঁ বাইচৰ স্মৃতিত কেইবাটাও কবিতাত বাইচৰ  নাম উল্লেখ কৰিছিল।
 
==চাকৰি জীৱন== 

=চাকৰি জীৱন =  ডান্টেৰ বন্ধু কেভালকেন্তিৰ সহযোগত সেই উচ্চ মাধ্যবিত্ত শ্ৰেণীৰ ৰাজনৈতিক দল বিয়াঞ্চিত যোগদান কৰিলে । সূপুৰুষ ডান্টেৰ পৌৰুসে অচিৰেই তেওঁক পৌৰ-নিগম পৰিষদৰ উচ্চ পদত অভিষিক্ত কৰালে।
 
=সৃষ্টিশীল গ্ৰন্থ = "কনভিভিয়" প্ৰকাশ (১৩০৮) চনত ।

"কনভিভিয়" প্ৰকাশ (১৩০৮) চনত ।
 
=সৃষ্টিশীল গ্ৰন্থ = "কনভিভিয়" প্ৰকাশ (১৩০৮) চনত ।
 
"ডিভাইন কমেডি " প্ৰকাশ (১৩১৮) চনত।
 
==কিতাপ = =
"দ্য মনাৰকিয়া" ।
 
= মৃত্যু = ১৩২১ চনৰ  ১৪ ছেপ্টেম্বৰ তাৰিখে তেওঁ এক লেতেৰা জ্বৰৰ বলি হৈ ভেনিচত নশ্বৰ দেহ ত্যাগ কৰে ।
 
==মৃত্যু==
= তথ্য সূত্ৰ= বিশ্ব সাহিত্যত বৰেণ্য অনন্য সৃষ্টি ,
= মৃত্যু = ১৩২১ চনৰ  ১৪ ছেপ্টেম্বৰ তাৰিখে তেওঁ এক লেতেৰা জ্বৰৰ বলি হৈ ভেনিচত নশ্বৰ দেহ ত্যাগ কৰে ।
 
= =তথ্য সূত্ৰ= বিশ্ব সাহিত্যত বৰেণ্য অনন্য সৃষ্টি ,
প্ৰকাশন : নৱেম্বৰ ,২০০( বিনন্দি ৰাম দাস), পৃষ্ঠা নং ৬,৭,৮,৯