লক্ষ্মীনাথ দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
17 নং শাৰী:
| occupation = {{unbulleted list|অধ্যাপক|উদ্ভাৱক|সাহিত্যিক|সংগীতজ্ঞ}}
}}
'''লক্ষ্মীনাথ দাস''' ({{lang-en|Laxminath Das}}) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্ভাৱক আৰু অধ্যাপক৷ কুৰি শতিকাৰ সময়ছোৱাত [[অসম]]ত বিজ্ঞানৰ জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল৷ গুৱাহাটীত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি স্বদেশী আন্দোলনৰ সময়ত ''লক্ষ্মী যঁতৰ''ৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাস সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে৷ তেখেতে [[মহাত্মা গান্ধী]]ৰ নীতি-আদৰ্শ মানি চলিছিল৷ তেখেতে [[কটন মহাবিদ্যালয়]]ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল৷
 
'''লক্ষ্মীনাথ দাস''' ({{lang-en|Laxminath Das}}) আছিল এগৰাকী অসমীয়া বিজ্ঞানী, উদ্ভাৱক আৰু অধ্যাপক৷অধ্যাপক। কুৰি শতিকাৰ সময়ছোৱাত [[অসম]]ত বিজ্ঞানৰ[[বিজ্ঞান]] জনপ্ৰিয় কৰাত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা গ্ৰহণ কৰিছিল৷কৰিছিল। গুৱাহাটীত[[গুৱাহাটী]]ত প্ৰথমবাৰৰ বাবে স্থাপিত হোৱা পানী যোগান ব্যৱস্থাৰ পৰা আৰম্ভ কৰি [[স্বদেশী আন্দোলনৰআন্দোলন]]ৰ সময়ত ''লক্ষ্মী যঁতৰ''ৰ বিকাশ সাধন কৰালৈকে লক্ষ্মীনাথ দাসদাসে সক্ৰিয়ভাৱে অৰিহণা যোগাই থৈ গৈছে৷গৈছে। তেখেতে [[মহাত্মা গান্ধী]]ৰ নীতি-আদৰ্শ মানি চলিছিল৷চলিছিল। তেখেতে [[কটন মহাবিদ্যালয়]]ত [[পদাৰ্থ বিজ্ঞানৰবিজ্ঞান]]ৰ অধ্যাপক হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল৷কৰিছিল।
বাৰ বছৰ বয়সতে এটা বিজ্ঞানভিত্তিক কবিতা লিখা লক্ষ্মীনাথ দাস পৰৱৰ্তী সময়ত [[অসম]]ৰ [[ধুবুৰী]]ত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়৷ তেখেতে অসমীয়া টাইপ ৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও প্ৰচেষ্টা চলাইছিল৷ ইয়াৰ লগতে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ, এন্দুৰ নিয়ন্ত্ৰণ কৰাৰ কৌশল, যন্ত্ৰ-চালিত নাও, ঘৰুৱা উদ্যোগ স্থাপন, ৰেডিঅ', দূৰবীণ আদিৰো তেখেতে নিৰ্মাণ কৰিছিল৷
 
বাৰ বছৰ বয়সতে এটা বিজ্ঞানভিত্তিক কবিতা লিখা লক্ষ্মীনাথ দাস পৰৱৰ্তী সময়ত [[অসম]]ৰ [[ধুবুৰী]]ত অনুষ্ঠিত হোৱা [[অসম সাহিত্য সভা]]ৰ পঞ্চবিংশ অধিৱেশনৰ বিজ্ঞান সন্মিলনত সভাপতিৰ পদত অধিষ্ঠিত হয়৷হয়। তেখেতে অসমীয়া টাইপ ৰাইটাৰ যন্ত্ৰ উদ্ভাৱন কৰিবলৈও প্ৰচেষ্টা চলাইছিল৷চলাইছিল। ইয়াৰ লগতে অনাতাঁৰ গ্ৰাহক যন্ত্ৰ, এন্দুৰ নিয়ন্ত্ৰণ কৰাৰ কৌশল, যন্ত্ৰ-চালিত নাও, ঘৰুৱা উদ্যোগ স্থাপন, ৰেডিঅ', দূৰবীণ আদিৰো তেখেতে নিৰ্মাণ কৰিছিল৷কৰিছিল।
 
অসমৰ প্ৰথমখন কথাছবি [[জয়মতী]]ৰ দৃশ্যসজ্জা সম্বন্ধতোসম্পৰ্কে কেতবোৰ কাৰিকৰী দিহা-পৰামৰ্শ লক্ষ্মীনাথ দাসে [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ক প্ৰদান কৰিছিল৷কৰিছিল। <ref name="লক্ষ্মীনাথ" />
 
অসমৰ প্ৰথমখন কথাছবি [[জয়মতী]]ৰ দৃশ্যসজ্জা সম্বন্ধতো কেতবোৰ কাৰিকৰী দিহা-পৰামৰ্শ লক্ষ্মীনাথ দাসে [[জ্যোতিপ্ৰসাদ আগৰৱালা]]ক প্ৰদান কৰিছিল৷ <ref name="লক্ষ্মীনাথ" />
==তথ্যসংগ্ৰহ==
{{reflist|30em}}
 
[[শ্ৰেণী:অসমৰ বিজ্ঞানী]]
[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]