ফেমিনা মিছ ইণ্ডিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{underconstruction}}
 
{{pp|small=yes}}
{{short description|National beauty pageant competition in India, beauty pageant organization}}
{{For|this year's pageant|Femina Miss India 2020}}
{{Use Indian English|date=November 2017}}
{{Use dmy dates|date=September 2019}}
{{Infobox organization
| image =
| caption =
| map =
| motto =
| formation = {{start date and age|1952}}
| type = Beauty pageant
| headquarters = [[Mumbai]]
| language = {{hlist| [[Hindi]]|[[English language|English]]}}
| leader_title = National director
| leader_name =
| key_people = [[Vineet Jain]]<br />Natasha Grover
| subsidiaries =
| budget =
| name = Femina Miss India
| image_border =
| size =
| msize =
| mcaption =
| owner = [[Vineet Jain]]
| location = [[India]]
| membership = '''Female Pageants'''<br>{{Hlist|[[Miss Universe]]|[[Miss World]]|[[Miss Supranational]]|[[Miss Grand|Miss Grand International]]}}<br>'''Male Pageants'''<br>{{Hlist|[[Mister World]]|[[Miss and Mister Supranational|Mister Supranational]]}}
| parent_organisation = [[The Times Group]]
| num_staff =
| website = {{URL|feminamissindia.indiatimes.com}}
}}
'''মিছ ইণ্ডিয়া''' বা '''ফেমিনা মিছ ইণ্ডিয়া''' হৈছে ভাৰতৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতা।এই বাৰ্ষিক প্ৰতিযোগিতাৰ দ্বাৰা বাছনি হোৱা প্ৰতিনিধিসকলক বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতা বা "মিছ ৱৰ্ল্ড"ত অংশগ্ৰহণ কৰিবলৈ সুযোগ দিয়া হয়। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা হৈছে চাৰিটা মুখ্য আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ ভিতৰত এটা।<ref>Devi, Kanchana (28 March 2012). "Miss India 2012: Who will win this time?". Truth Dive. Archived from the original on 31 March 2012. Retrieved 28 March 2012.</ref> দ্য টাইমছ গ্ৰুপে প্ৰকাশ কৰা মহিলা আলোচনী [[ফেমিনা]]ৰ দ্বাৰা ইয়াক আয়োজন কৰা হয়। ২০১৩ চনৰ পৰা, ফেমিনাই পৃথকে মিছ ডিভা নামৰ আন এটি প্ৰতিযোগিতা আয়োজন কৰে যি মিছ ইউনিভাৰ্ছলৈ প্ৰতিনিধি প্ৰেৰণ কৰে।<ref>{{cite web|url=http://everythingexperiential.businessworld.in/article/Yamaha-Fascino-Miss-Diva-and-Miss-Universe-auditions-held-in-Indore/02-07-2018-153599/|title=Yamaha Fascino Miss Universe India|work=EE Business|date=2 July 2018}}</ref><ref>{{cite web|url=http://naradanews.com/2016/06/what-are-the-differences-between-the-miss-universe-and-miss-world-pageants|title=What are the differences between Miss Universe and Miss World.|work=Narada News|date=6 June 2016}}</ref>
মিছ ডিভাৰ উপৰিও, সংগঠনটোৱে প্ৰতি দুবছৰত অনুষ্ঠিত হোৱা মিষ্টাৰ ৱৰ্ল্ড আৰু মিষ্টাৰ চুপ্ৰানেচনেল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় প্ৰতিনিধি বাছনি কৰাৰ বাবে ও এক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। বৰ্তমানৰ (২০২১) ফেমিনা মিছ ইণ্ডিয়া (ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড) খিতাপধাৰী হৈছে [[মানসা বাৰাণসী]] যাক বিদায়ী খিতাপধাৰী সুমন ৰাৱে ১০ ফেব্ৰুৱাৰী ২০২১ তাৰিখে মুম্বাইৰ হায়াত ৰিজেন্সিত মুকুট পিন্ধাইছিল।